সন্ত্ৰাসবাদীৰ চাফাই অভিযান অব্যাহত, ছোপিয়ানত নিৰাপত্তাৰক্ষীৰ হাতত নিহত ৪টা সন্ত্ৰাসবাদী

News18-Assam
Updated:June 23, 2019, 10:47 AM IST
সন্ত্ৰাসবাদীৰ চাফাই অভিযান অব্যাহত, ছোপিয়ানত নিৰাপত্তাৰক্ষীৰ হাতত নিহত ৪টা সন্ত্ৰাসবাদী
সন্ত্ৰাসবাদী দুটা পৰা জব্দ বহু পৰিমানৰ মাৰনাস্ত্ৰ। বৰ্তমানলৈ সন্ত্ৰাসবাদীৰ পৰিচয় পোৱা হোৱা নাই যদিও অঞ্চলটোত ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে।

সন্ত্ৰাসবাদী দুটা পৰা জব্দ বহু পৰিমানৰ মাৰনাস্ত্ৰ। বৰ্তমানলৈ সন্ত্ৰাসবাদীৰ পৰিচয় পোৱা হোৱা নাই যদিও অঞ্চলটোত ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে।

  • Share this:
জম্মু–কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত। দেওবাৰে ৰাজ্যখনৰ ছোপিয়ান জিলাত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত গুলীয়াগুলিত ৪টা সন্ত্ৰাসবাদী নিহত হয়। মিডিয়া তথ্য অনুসৰি সন্ত্ৰাসবাদী দুটা পৰা জব্দ বহু পৰিমানৰ মাৰনাস্ত্ৰ।

বৰ্তমানলৈ সন্ত্ৰাসবাদীৰ পৰিচয় পোৱা হোৱা নাই যদিও অঞ্চলটোত ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে। সংঘৰ্ষৰ আৰম্ভ হোৱাৰ পিছত অঞ্চলটোত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি