• Home
  • »
  • News
  • »
  • nation
  • »
  • মুকেশ আম্বানীৰ ঘৰলৈ আহিল নতুন আলহী, পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে আকাশ আম্বানীয়ে

মুকেশ আম্বানীৰ ঘৰলৈ আহিল নতুন আলহী, পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে আকাশ আম্বানীয়ে

বৰ্তমান মাতৃ আৰু শিশু দুয়ো সুস্থ

বৰ্তমান মাতৃ আৰু শিশু দুয়ো সুস্থ

বৰ্তমান মাতৃ আৰু শিশু দুয়ো সুস্থ

  • Share this:
মুকেশ আম্বানী আৰু নীতা আম্বানীৰ ঘৰলৈ আহিল নতুন আলহী। পিতৃত্বৰ গৌৰৱ অৰ্জন কৰিলে আকাশ আম্বানীয়ে। বৃহস্পতিবাৰে আকাশৰ পত্নী শ্লোকাই মুম্বাইৰ এখন ব্যক্তিগত হাস্পতালত এটি পুত্ৰ সন্তান জন্ম দিয়ে। প্ৰথমবাৰলৈ ককা- আইতা হ’বলৈ পাই এতিয়া অত্যন্ত সুখী মুকেশ আম্বানীৰ লগতে নীতা আম্বানী।

জানিব পৰা মতে, বৰ্তমান মাতৃ আৰু শিশু দুয়ো সুস্থ। ঘৰলৈ নতুন আলহী অহাৰ পিছতে এতিয়া মেহতা আৰু আম্বানী পৰিয়াললৈ নামি আহিছে আনন্দৰ ঢল।
Published by:Himangshu Bhuyan
First published: