• Home
  • »
  • News
  • »
  • nation
  • »
  • Maharashtra: একনাথ সিন্দেলৈ সমৰ্থন দিয়া নিৰ্দলীয় বিধায়কৰ কাৰ্যালয়ত চলিল শিৱসেনা কৰ্মীৰ লাঠী, চিচি টিভিত বন্দী দৃশ্য

Maharashtra: একনাথ সিন্দেলৈ সমৰ্থন দিয়া নিৰ্দলীয় বিধায়কৰ কাৰ্যালয়ত চলিল শিৱসেনা কৰ্মীৰ লাঠী, চিচি টিভিত বন্দী দৃশ্য

সুৰক্ষা কৰ্মীক বুঢ়া আঙুলি দেখুৱাই কাৰ্যালয়ত আক্ৰমণ কৰে।

সুৰক্ষা কৰ্মীক বুঢ়া আঙুলি দেখুৱাই কাৰ্যালয়ত আক্ৰমণ কৰে।

সুৰক্ষা কৰ্মীক বুঢ়া আঙুলি দেখুৱাই কাৰ্যালয়ত আক্ৰমণ কৰে।

  • Share this:
শিৱসেনাৰ কৰ্মীৰ এটা দলে সোমবাৰে গণ্ডিয়াৰ নিৰ্দলীয় বিধায়ক বিনোদ আগৰৱালাৰ কাৰ্যালয়ত হাতে হাতে লাঠী লৈ আক্ৰমণ কৰে। ওচৰত সুৰক্ষা কৰ্মী আছিল যদিও সুৰক্ষা কৰ্মীক বুঢ়া আঙুলি দেখুৱাই কাৰ্যালয়ত আক্ৰমণ কৰে।

এই সন্দৰ্ভত নিৰ্দলীয় বিধায়ক বিনোদ আগৰৱালাৰ (Independent MLA Vinod Agarwal) পৰিয়ালৰ সদস্যসকলৰ হৈ মহানগৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে।

উল্লেখ্য যে নিৰ্দলীয় বিধায়ক বিনোদ আগৰৱালাই শিৱসেনাৰ একনাথ চিন্দে গোটলৈ সমৰ্থন ঘোষণা কৰিছে। এইটো কাৰণতে শিৱসেনাৰ কৰ্মীসকল (Shiv Sena workers) উত্তেজিত হৈ কাৰ্যালয়ত আক্ৰমণ চলায়।

#WATCH | Shiv Sena workers vandalised the office of Gondia's Independent MLA Vinod Agrawal, in Gondia today.#MaharashtraPoliticalCrisis


এই গোটেই দৃশ্য বিধায়ক বিনোদ আগৰৱালাৰ ঘৰৰ বাহিৰত স্থাপন কৰা চিচিটিভি কেমেৰাত বন্দী হয়।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি