প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক পূজা কৰা এজন প্ৰাক্তন মুখ্যমন্ত্ৰী!

আজিকালি ভগৱানক নকৰে পূজা!

News18-Assam
Updated:August 12, 2019, 10:37 PM IST
প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহক পূজা কৰা এজন প্ৰাক্তন মুখ্যমন্ত্ৰী!
Source-Google
News18-Assam
Updated: August 12, 2019, 10:37 PM IST
‘মই বিগত কেইদিনমানৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পূজা কৰিছো। কিয়নো তেওঁলোকে আমাৰ দেশখন এক কৰিলে।’
এই মন্তব্য মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ।



জম্মু–কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদান কৰা ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিল কৰাৰ পিছত এতিয়া ভগৱানৰ সলনি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক পূজা কৰিছে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।সোমবাৰে মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যে, ‘মই বিগত কেইদিনমানৰ পৰা গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক পূজা কৰিছো। কিয়নো তেওঁলোকে আমাৰ দেশখন এক কৰিলে।’

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি