বিবাহৰ পূৰ্বে যৌন সম্পৰ্ক কিমান নিৰাপদ? বিবাহত পেলাই নেকি প্ৰভাব? ক'লে বিশেষজ্ঞই

যদি আপোনাৰ প্ৰেমিকে আপোনাক ভালদৰে বুজি পায় খোলা মনৰ বা আপুনি তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলেও দুয়োৰে মাজত বিবাহত কোনো বাধা নাহে, তেন্তে এই সম্পৰ্কই আপোনালোকৰ সম্পৰ্কক অধিক শক্তিশালী কৰিব।
যদি আপোনাৰ প্ৰেমিকে আপোনাক ভালদৰে বুজি পায় খোলা মনৰ বা আপুনি তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলেও দুয়োৰে মাজত বিবাহত কোনো বাধা নাহে, তেন্তে এই সম্পৰ্কই আপোনালোকৰ সম্পৰ্কক অধিক শক্তিশালী কৰিব।
- News18 Assam
- Last Updated: February 17, 2021, 7:59 PM IST
যিহেতু যৌন সম্পৰ্ক যিকোনো সম্পৰ্ক অথবা বিবাহৰ বাবে এক অতি গুৰুত্বপূৰ্ণ অংশ আৰু আপোনাৰ যৌন সম্পৰ্কই নিৰ্ধাৰণ কৰে বহু দিশ। কিয়নো যৌন সম্পৰ্কৰ ক্ষেত্ৰত অসন্তুষ্ট দুগৰাকী লোকৰ বাবে এখন চাঁদৰ তলত বাস কৰাটো এক চিন্তাৰ কাৰণ হৈ পৰে। আপুনি ভৱিষ্যতে আপোনাৰ স্বামীৰ পৰা যৌন সুখ বিচাৰিব পাৰে। কিন্তু পানী আৰু খাদ্যৰ দৰে শৰীৰক যৌন সম্ভোগৰ প্ৰয়োজন নাই। শাৰীৰিক কাৰ্যকলাপৰ বাবে যৌন সম্পৰ্কৰ প্ৰয়োজন নাই। এয়া আপোনাৰ স্বামীৰ প্ৰতি আৰু আপোনাৰ প্ৰতি আপোনাৰ স্বামীৰ প্ৰেমৰ অভিব্যক্তিহে। গতিকে বিবাহৰ আগতে যৌন সম্পৰ্ক স্থাপন কৰা বেয়া কথা নহয় আৰু মনত ৰখা উচিত যে, যদিহে আপুনি দীৰ্ঘস্থায়ী আৰু সন্তুষ্ট বৈবাহিক জীৱন যাপন কৰিব বিচাৰে তেন্তে এই বিষয়ত সকলো ঠিক থকাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো যৌন সম্পৰ্ক সন্তোষজনক নোহোৱাৰ বাবেই বহু বিবাহ ভাঙি যায়।
বিশেষজ্ঞাই লগতে কৈছে যে, আমাৰ সামাজিক নিয়মসমূহে আমাৰ কুমাৰীত্ব হৈ থকাৰ ধাৰণাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। লগতে আশা কৰা হয় পত্নীৰ একমাত্ৰ লক্ষ্য তেওঁৰ স্বামীৰ যৌন ভোক শান্ত কৰা। কিন্তু 'সক্ৰিয় ব্যক্তি' বনাম 'নিষ্ক্ৰিয় মহিলা'ৰ দৰে এটা ভাৱধাৰৰ বাবে আজি আক্ৰমণৰ ঘটনা সংঘটিত হ'বলৈ লৈছে। কিয়নো আজিৰ দিনত অধিকাংশ মহিলা আৰু পুৰুষে জানে যে, যৌনতা বহু অৰ্থপূৰ্ণ |
আপুনি নিজকে প্ৰশ্ন কৰা উচিত, আপুনি সঁচাকৈয়ে সেই ব্যক্তিজনক ভাল পায়নে আৰু তেওঁ আপোনাক সিমানেই ভাল পায়নে?