অন্ধ্র প্রদেশত নাও দুৰ্ঘটনা, ৬১ গৰাকী যাত্ৰীসহ ডুবিল নাও

News18-Assam
Updated:September 17, 2019, 11:38 AM IST
অন্ধ্র প্রদেশত নাও দুৰ্ঘটনা, ৬১ গৰাকী যাত্ৰীসহ ডুবিল নাও
অন্ধ্রপ্রদেশেৰ দেবীপট্টনমত সংঘটিত হৈছে নাঁও দূৰ্ঘটনা

অন্ধ্রপ্রদেশেৰ দেবীপট্টনমত সংঘটিত হৈছে নাঁও দূৰ্ঘটনা

  • News18 Assam
  • Last Updated: September 17, 2019, 11:38 AM IST
  • Share this:
অন্ধ্রপ্রদেশেৰ দেৱীপট্টনমত সংঘটিত হৈছে শোকাৱহ নাও দুৰ্ঘটনা ৷ দেওবাৰে দুপৰীয়া  হঠাৎ গোদাবৰী নদীত ৬১ গৰাকী যাত্ৰীসহ  নাঁও খন পানীত ডুব যায়। এতিয়ালৈকে ৪০ গৰাকী যাত্ৰী সন্ধানহীন হৈ আছে। তিনিগৰাকী যাত্ৰীৰ ইতিমধ্যে মৃত্যু হৈছে বুলি খবৰ আহিছে। বৰ্তমান যুদ্ধংদেহী তৎপৰতাৰে চলি আছে উদ্ধাৰ অভিযান।
First published: September 15, 2019, 5:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading