বিত্ত মন্ত্ৰীৰ ঘোষণাৰ পিছতে শ্বেয়াৰ বজাৰত আগতীয়া দিপাৱলী! ১৭ লাখ কোটি টকাৰ লাভ

News18-Assam
Updated:September 20, 2019, 6:21 PM IST
বিত্ত মন্ত্ৰীৰ ঘোষণাৰ পিছতে শ্বেয়াৰ বজাৰত আগতীয়া দিপাৱলী! ১৭ লাখ কোটি টকাৰ লাভ
উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী চৰকাৰে দিপাৱলীৰ পূৰ্বে কৰ্পৰেট ইণ্ডিয়ালৈ আগবঢ়াইছে ডাঙৰ উপহাৰ

উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী চৰকাৰে দিপাৱলীৰ পূৰ্বে কৰ্পৰেট ইণ্ডিয়ালৈ আগবঢ়াইছে ডাঙৰ উপহাৰ

  • News18 Assam
  • Last Updated: September 20, 2019, 6:21 PM IST
  • Share this:
বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইণ্ড্ৰাষ্টীৰ বাবে কৰ্পৰেট টেক্স হ্ৰাস কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া শ্বেয়াৰ বজাৰত অভাৱনীয় উত্থান পৰিলক্ষিত হৈছে। বম্বে ষ্ট্ৰক এক্সেঞ্জ(BSE) ৰ ৩০ শ্বেয়াৰৰ বেঞ্চমাৰ্ক ইণ্ডেক্স চেনচেক্স ১৯২১ৰ পৰা ৩৮,০১৪ লৈ বৃদ্ধি পায়।

উল্লেখযোগ্য যে নৰেন্দ্ৰ মোদী চৰকাৰে দিপাৱলীৰ আগতে কৰ্পৰেট ইণ্ডিয়ালৈ  আগবঢ়াইছে ডাঙৰ উপহাৰ। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ইণ্ড্ৰাষ্টীৰ বাবে কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। লগতে মিনিমাম অল্টাৰনেট টেক্স কৰ্তন কৰা হ’ব বুলি ঘোষণা কৰে। ইয়াৰ উপৰিও কেপিটেল মাৰ্কেটৰ বাবে CGT ত থকা চাৰ্জ হ্ৰাস কৰাৰো সিদ্ধান্ত লয়।
First published: September 20, 2019, 6:20 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি