মুখ্যপৃষ্ঠা »খবৰ »দেশ »বিজ্ঞানীসকলে সামাজিক সমস্যা সমাধানত গুৰুত্ব দিয়কঃ প্ৰধানমন্ত্ৰী মোদী

বিজ্ঞানীসকলে সামাজিক সমস্যা সমাধানত গুৰুত্ব দিয়কঃ প্ৰধানমন্ত্ৰী মোদী

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱকসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ বিশেষ মন্তব্য প্ৰকাশ কৰিছে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজ্ঞানিকসকলক দেশত বৰ্তমান গা কৰি উঠা সামাজিক সমস্যাসমূহ সমাধানত গুৰুত্ব দিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে শুক্ৰবাৰে বৈজ্ঞানিক আৰু ঔদ্যোগিক অনুসন্ধান পৰিষদ চচাইটিৰ বৈঠকত অধ্যক্ষতা কৰি ভাৰ্চোৱেল বিজ্ঞানাগাৰৰ বিকাশৰ বাবে বিশেষ মন্তব্য আগবঢ়ায়। যাতে বিজ্ঞানে দেশৰ সকলো প্ৰান্তৰ ছাত্ৰ–ছাত্ৰীক স্পৰ্শ কৰিব পাৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা জাৰি কৰা বিবৃতি অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱকসকলক বিজ্ঞানৰ প্ৰতি আকৰ্ষণ বৃদ্ধি কৰিবলৈ বিশেষ মন্তব্য প্ৰকাশ কৰিছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজ্ঞানীসকলক কয় যে, আপোনালোকে ভাৰতৰ আকাংক্ষাপূৰ্ণ আৱশ্যকতাৰ ওপৰত কাম কৰক।

শেহতীয়া বাতৰি