Unlock 2: নতুন গাইড লাইন জাৰি কৰিলে কেন্দ্ৰই, ৩১ জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল-কলেজ, মানি চলিব লাগিব এই সমূহ নিয়ম

News18 Assam | News18-Assam
Updated:June 29, 2020, 11:21 PM IST
Unlock 2: নতুন গাইড লাইন জাৰি কৰিলে কেন্দ্ৰই, ৩১ জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল-কলেজ, মানি চলিব লাগিব এই সমূহ নিয়ম
Unlock 2: নতুন গাইড লাইন জাৰি কৰিলে কেন্দ্ৰই

Unlock 2: নতুন গাইড লাইন জাৰি কৰিলে কেন্দ্ৰই

  • Share this:
দেশত অব্যাহত আছে কোৰোণাৰ সন্ত্ৰাস। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে আনল’ক-২ৰ গাইড লাইন। ১ জুলাইৰ পৰা প্ৰযোজ্য হ’ব আনল’ক-২ৰ গাইড লাইন। কেন্দ্ৰীয় চৰকাৰৰ নতুন গাইড লাইন অনুসৰি,

  • অহা ৩১ জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল কলেজ।


  • বন্ধ থাকিব ট্ৰেইন, মেট্ৰ’ সেৱা।

  • আন্তৰ্জাতিক বিমান সেৱা বন্ধ থাকিব।

  • বন্ধ থাকিব চিনেমা হল, জিম, চুইমিং পুল।

  • আনল’ক-২ৰ সময়ত নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে।


  • কণ্টেইনমেণ্ট জ’নত অব্যাহত থাকিব কঠোৰ ল’ক ডাউন।

  • বন্ধ থাকিব সকলো ধৰণৰ ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক, সামাজিক, একাডেমিক, ক্ৰীড়া অনুষ্ঠান।

  • কাৰ্ফিউৰ সময়ত কেৱল জৰুৰী সেৱাহে অব্যাহত থাকিব।

First published: June 29, 2020, 11:21 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading