আহত শিশুসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
আহত শিশুসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
মধ্য প্ৰদেশৰ হোছাংগাবাদত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এখন স্কুলবাছ। স্কুলীয়া ছাত্ৰ–ছাত্ৰীসহ স্কুললৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন। এই দুৰ্ঘটনাত আহত হয় ২২টা শিশু। ছাংগাখেড়া তিৰাহেৰ সমীপত বাগৰি পৰে হোছাংগাবাদ কেম্পিয়ন স্কুলৰ ছাত্ৰ–ছাত্ৰী কঢ়িয়াই নিয়া বাছখন। বাছখনত আছিল মুঠ ৩৫টি শিশু। আহত শিশুসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|