নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল স্কুলবাছ, ২২ স্কুলীয়া ছাত্ৰ–ছাত্ৰী আহত

আহত শিশুসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

News18-Assam
Updated:October 18, 2019, 10:06 AM IST
নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল স্কুলবাছ, ২২ স্কুলীয়া ছাত্ৰ–ছাত্ৰী আহত
আহত শিশুসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
News18-Assam
Updated: October 18, 2019, 10:06 AM IST
মধ্য প্ৰদেশৰ হোছাংগাবাদত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰিল এখন স্কুলবাছ। স্কুলীয়া ছাত্ৰ–ছাত্ৰীসহ স্কুললৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাছখন। এই দুৰ্ঘটনাত আহত হয় ২২টা শিশু। ছাংগাখেড়া তিৰাহেৰ সমীপত বাগৰি পৰে হোছাংগাবাদ কেম্পিয়ন স্কুলৰ ছাত্ৰ–ছাত্ৰী কঢ়িয়াই নিয়া বাছখন। বাছখনত আছিল মুঠ ৩৫টি শিশু। আহত শিশুসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।


আৰু চাওক পৰৱৰ্তী বাতৰি