• Home
  • »
  • News
  • »
  • nation
  • »
  • 'জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহে, ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে' ! 'এৰাবাটৰ সুৰ'ত কণ্ঠ দিয়া পশ্চিমবংগৰ খ্যাতনাম কণ্ঠশিল্পী সন্ধ্যা মুখাৰ্জী আৰু নাই ...

'জনকপুৰৰ জানকীয়ে মিচিক-মাচাক হাঁহে, ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে' ! 'এৰাবাটৰ সুৰ'ত কণ্ঠ দিয়া পশ্চিমবংগৰ খ্যাতনাম কণ্ঠশিল্পী সন্ধ্যা মুখাৰ্জী আৰু নাই ...

গায়িকা সন্ধ্যা মুখাৰ্জীৰ ৯০ বছৰ বয়সত মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। কণ্ঠশিল্পীগৰাকীয়ে কেইসপ্তাহমান আগতে Covid-19ত আক্ৰান্ত হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈছিল।

  • Share this:
দীৰ্ঘদিন ধৰি বংগত সংগীতৰ মূৰব্বী হিচাপে বিবেচিত কিংবদন্তি গায়িকা সন্ধ্যা মুখাৰ্জীৰ ৯০ বছৰ বয়সত মৃত্যু হয়। সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, তেওঁ হৃদৰোগত আক্ৰান্ত হৈছিল। কণ্ঠশিল্পীগৰাকীয়ে কেইসপ্তাহমান আগতে Covid-19ত আক্ৰান্ত হৈছিল আৰু চিকিৎসালয়ত ভৰ্তি হৈছিল।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সন্ধ্যা মুখাৰ্জীৰ মৃত্যুত শোক প্ৰকাশ কৰি একেৰাহে ৩টা টুইট কৰিছে। তেওঁ কৈছিল যে তেওঁক ডাঙৰ ভগ্নী হিচাপে দেখিছিল আৰু এইটো তেওঁৰ বাবে এক গুৰুতৰ ব্যক্তিগত ক্ষতি।

উল্লেখ্য যে তেওঁ ভূপেন হাজৰিকা পৰিচালিত অসমীয়া ছবি এৰাবাটৰ সুৰতো কণ্ঠ নিগৰাইছিল। সন্ধ্যা মুখাৰ্জীৰ সৈতে ভূপেন হাজৰিকাৰ ‘জনকপুৰৰ জানকী’ গীতটো আজিও জনপ্ৰিয়।
Published by:Kokil Sarma
First published: