ৰোড ট্ৰিপত যোৱাৰ আগত এই বিষয়কেইটালৈ মন কৰিব

ৰোড ট্ৰিপত যোৱাৰ সময় অতি স্মৰণীয় কিন্তু এই ট্ৰিপত যোৱাৰ আগতে কেতবোৰ বিষয় মনত ৰখাটো অতি জৰুৰী।

News18-Assam
Updated:October 1, 2019, 6:09 PM IST
ৰোড ট্ৰিপত যোৱাৰ আগত এই বিষয়কেইটালৈ মন কৰিব
ৰোড ট্ৰিপত যোৱাৰ সময় অতি স্মৰণীয় কিন্তু এই ট্ৰিপত যোৱাৰ আগতে কেতবোৰ বিষয় মনত ৰখাটো অতি জৰুৰী।
News18-Assam
Updated: October 1, 2019, 6:09 PM IST
ৰোড ট্ৰিপ সকলো সময়তে দুৰ্দান্ত আৰু স্মৰণীয় হয়। কিন্তু আপুনি কেতবোৰ প্ৰাথমিক বিষয় মনত ৰখাটো দৰকাৰ।

আপোনাৰ নিজৰ লগতে আশে–পাশে থকাসকলৰ সুৰক্ষাৰ বাবে সদায় পথৰ নিয়ম পালন কৰিব।



#RoadtosafetyPledge উদ্যোগৰ অংশ হওক।

(https://www.firstpost.com/diageoroadtosafety/)#JoinThePack আৰু কেতিয়াও #DrinkandDrive নকৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হওক।
আৰু চাওক পৰৱৰ্তী বাতৰি