• Home
  • »
  • News
  • »
  • nation
  • »
  • ‘এনেকুৱা কৰিবলৈ আপোনাৰ লাজ লাগিব লাগে’–বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰক এশিকনি বিমান যাত্ৰীৰ, চাওক Video

‘এনেকুৱা কৰিবলৈ আপোনাৰ লাজ লাগিব লাগে’–বিজেপি সাংসদ প্ৰজ্ঞা ঠাকুৰক এশিকনি বিমান যাত্ৰীৰ, চাওক Video

বিজেপিৰ বিতৰ্কিত সাংসদ প্ৰজ্ঞা ঠাকুৰে বিমানত মনে বিচৰা ধৰণে আসন নাপাই প্ৰতিবাদত বহে। ফলত বিমান উৰণত ৪৫ মিনিট পলম হয়।

  • Share this:
বিভিন্ন কাৰণত প্ৰায়ে বিতৰ্কৰ মাজত সোমাই পৰে বিজেপিৰ সাংসদ প্ৰজ্ঞা সিং ঠাকুৰ। এইবাৰ বিমান যাত্ৰাৰ সময়ত নিজৰ কৰ্মৰ বাবে সাংসদ প্ৰজ্ঞা সিঙক ধমক দিলে এগৰাকী যাত্ৰীয়ে। দিল্লীৰ পৰা ভূপাললৈ যাবলৈ এখন বিমানত উঠিছিল সাংসদ প্ৰজ্ঞা। কিন্তু বিমানখনত মনে বিচৰা আসন নাপাই,প্ৰজ্ঞা ঠাকুৰে সহায়িকাৰ সৈতে তৰ্কত লিপ্ত হয় আৰু প্ৰতিবাদত বহে। ফলত যাত্ৰাত ৪৫ মিনিট পলম হয় বিমানখনৰ।

সাংসদগৰাকীৰ এনে আচৰণৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় অন্য যাত্ৰীসকল। পিছত এগৰাকী যাত্ৰীয়ে সাংসদগৰাকীক ধমক দিয়াৰ লগতে এগৰাকী জনপ্ৰতিনিধি হিচাপে সাধাৰণ মানুহক ভৱিষ্যতে এনেদৰে অশান্তি নকৰিবলৈ সকীয়াই দিয়ে।

Published by:Himangshu Bhuyan
First published: