সদগুৰুৱে টুইটাৰ যোগে অভিনন্দন জনালে হিমা দাসক, কিন্তু ৰৈ গ’ল ভুল!

হিমাই লাভ কৰা সফলতাৰ বাবে টুইটাৰ যোগে শুভেচ্ছা জনাইছিল সদগুৰুৱে, কিন্তু টুইটোত হোৱা কিছু ভূল এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত

News18-Assam
Updated:July 25, 2019, 8:46 AM IST
সদগুৰুৱে টুইটাৰ যোগে অভিনন্দন জনালে হিমা দাসক, কিন্তু ৰৈ গ’ল ভুল!
হিমাই লাভ কৰা সফলতাৰ বাবে টুইটাৰ যোগে শুভেচ্ছা জনাইছিল সদগুৰুৱে, কিন্তু টুইটোত হোৱা কিছু ভূল এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত
News18-Assam
Updated: July 25, 2019, 8:46 AM IST
মাত্ৰ তিনি সপ্তাহত ট্ৰেকট ইটোৰ পিছত সিটো স্বৰ্ণপদক লাভ কৰিলে ‘ধিং এক্সপ্ৰেছ’ হিমা দাসে। হিমাৰ লাভ কৰা এই সফলতাৰ বাবে এতিয়া হিমাক সকলোৱে জনাইছে অভিনন্দন। বলিউডৰ পৰা দেশৰ ৰাজনৈতিক মহলৰ বিভিন্নজনে প্ৰশংসাৰে উপচাইছে অসমৰ স্বৰ্ণ কন্যা হিমা দাসক। হিমাৰ সফলতাত এতিয়া উৎফুল্লিত সমগ্ৰ দেশ বাসী। হিমাই লাভ কৰা এই ঈৰ্ষণীয় সফলতাৰ বাবে হিমাক এইবাৰ টুইটাৰ যোগে অভিনন্দন জনালে সদগুৰুৱে। কিন্তু হিমাক উদ্দেশ্যি কৰা টুইটত হোৱা এটা ভূলৰ বাবে এতিয়া টুইটতো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। বিভিন্ন জনে গুৰুক উদ্দেশ্যি কৰিছে তীৰ্যক মন্তব্য।

‘Golden shower for India’ বুলি টুইটটোত উল্লেখ কৰি এতিয়া চৌ–দিশৰ পৰা কটু কথা শুনিব লগীয়া হৈছে সদগুৰুৱে।

 






 
আৰু চাওক পৰৱৰ্তী বাতৰি