• Home
  • »
  • News
  • »
  • nation
  • »
  • হঠাৎ চলন্ত ৰে’লৰ পৰা ভৰি পিছলিল যাত্ৰীৰ আৰু তাৰ পিছত...ৰে’ল মন্ত্ৰালয়ে শ্বেয়াৰ কৰিলে VIDEO

হঠাৎ চলন্ত ৰে’লৰ পৰা ভৰি পিছলিল যাত্ৰীৰ আৰু তাৰ পিছত...ৰে’ল মন্ত্ৰালয়ে শ্বেয়াৰ কৰিলে VIDEO

ৰে’ল মন্ত্ৰালয়ে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিলে ভিডিঅ’।

ৰে’ল মন্ত্ৰালয়ে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিলে ভিডিঅ’।

ৰে’ল মন্ত্ৰালয়ে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিলে ভিডিঅ’।

  • News18
  • Last Updated :
  • Share this:
    ৰে’ল মন্ত্ৰালয়ে নিজৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰাৰ পিছতে এই ভিডিঅ’টো এইপৰ্যন্ত ডেৰ লক্ষাধিক বাৰ চোৱা হৈছে আৰু কেইবা সহস্ৰাধিকবাৰ লাইক কৰা হৈছে। গুজৰাটৰ আহমেদাবাদ ৰে’লৱে ষ্টেশ্যনত মঙলবাৰে এটা ভয়ংকৰ ঘটনা সংঘটিত হয়। এজন ব্যক্তিয়ে ৰে’লত উঠিব খোজোতে তেওঁৰ ভৰি পিচল খাই ভৰিটো প্লেটফৰ্ম আৰু ৰে’লৰ মাজত আৱদ্ধ হৈ পৰে। ভাগ্যক্ৰমে তাত উপস্থিত RPF জোৱানে মানুহজনক উদ্ধাৰ কৰি তেওঁৰ প্ৰাণ ৰক্ষা কৰে। এই ভিডিঅ’টো পৰৱৰ্তী সময়ত ৰে’লৱে নিজৰ ছচিয়েল মিডিয়া একাউণ্টত শ্বেয়াৰ কৰাৰ পিছতে ভাইৰেল হৈ পৰিছে। ৰে’লৱে ভিডিঅ’টো শ্বেয়াৰ কৰি লিখে, আপুনি ফিট আৰু স্মাৰ্ট হ’লেও চলন্ত ৰে’লত উঠাৰ চেষ্টা নকৰিব।

    First published: