ভয়ংকৰ দুৰ্ঘটনা বন্দী কেমেৰাত, দ্ৰুতবেগী ইন’ভাই মহতিয়াই নিলে চাৰিজন লোকক

News18-Assam
Updated:November 21, 2019, 1:34 PM IST
ভয়ংকৰ দুৰ্ঘটনা বন্দী কেমেৰাত, দ্ৰুতবেগী ইন’ভাই মহতিয়াই নিলে চাৰিজন লোকক
Photo : Dainik Bhaskar

আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীসহ পলায়ন কৰে চালকজনে।

  • Share this:
পঞ্জাবৰ ৰোপড় জিলাৰ আনন্দপুৰ ছাহিব অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন দ্ৰুতবেগী ইন’ভাই মহতিয়াই নিলে পথেৰে খোজকাঢ়ি আহি থকা চাৰিজন লোকক। এই দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন তিনিজন। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনা সংঘটিত কৰিয়ে গাড়ীসহ পলায়ন কৰে চালকজনে। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নাছিল নম্বৰ প্লেট।
আৰু চাওক পৰৱৰ্তী বাতৰি