• Home
  • »
  • News
  • »
  • nation
  • »
  • RIL AGM 2022 : Reliance Retail-এ লাভ কৰিলে ২ লাখ কোটি টকাৰ টাৰ্ণঅভাৰ : মুকেশ আম্বানী

RIL AGM 2022 : Reliance Retail-এ লাভ কৰিলে ২ লাখ কোটি টকাৰ টাৰ্ণঅভাৰ : মুকেশ আম্বানী

মুকেশ আম্বানীয়ে ৰিলায়েঞ্চৰ ৰিটেইল ব্যৱসায়ক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, ৰিলায়েঞ্চ ৰিটেইলে ২ লাখ কোটি টকাৰ টাৰ্ণঅভাৰ আৰু ১২,০০০ কোটি টকাৰ EBITDA লাভ কৰাৰ অভিলেখ গঢ়িছে।

  • Share this:
আজি অনুষ্ঠিত হৈছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড (Reliance Industries Limited)ৰ বাৰ্ষিক সাধাৰণ সভা। এই সভাত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ভাষণত ভাৰতত 5G সেৱাৰ মুকলিৰ কথা ঘোষণা কৰে। দীপাৱলীৰ পূৰ্বে এই সেৱা মুকলি হ’ব বুলি ঘোষণা কৰে আম্বানীয়ে। ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে কয়, ৰিলায়েঞ্চে ২ লাখ কোটি বিনিয়োগ কৰিছে 5G নেটৱৰ্কত কৰিব।

মুকেশ আম্বানীয়ে ৰিলায়েঞ্চৰ ৰিটেইল ব্যৱসায়ক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, ৰিলায়েঞ্চ ৰিটেইলে ২ লাখ কোটি টকাৰ টাৰ্ণঅভাৰ আৰু ১২,০০০ কোটি টকাৰ EBITDA লাভ কৰাৰ অভিলেখ গঢ়িছে। আজি ৰিলায়েঞ্চ ৰিটেইল এছিয়াৰ টপ–১০ ৰিটেইলত অন্তৰ্ভুক্ত হৈছে।

আম্বানীয়ে কয়, ৰিলায়েঞ্চ ৰিটেইল উদ্দেশ্য আমাৰ ভৌতিক ষ্টোৰ, মাৰ্চেণ্ট পাৰ্টনাৰ ষ্টোৰ আৰু ডিজিটেল আৰু ওমনী–কমাৰ্চ প্লেটফৰ্মৰ মাধ্যমেৰে লাখ লাখ গ্ৰাহকক অসীম বিকল্প, উৎকৃষ্ট মূল্য প্ৰস্তাৱ, সুন্দৰ গুণমান আৰু অতুলনীয় ক্ৰয় আৰু ডেলিভাৰীৰ অনুভৱ প্ৰদান কৰা।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি