মুখ্যপৃষ্ঠা »খবৰ »দেশ »RIL AGM 2022 : Jio 5G ব্ৰডবেণ্ডৰ নাম হ’ব Jio Air Fibre – ঘোষণা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী

RIL AGM 2022 : Jio 5G ব্ৰডবেণ্ডৰ নাম হ’ব Jio Air Fibre – ঘোষণা ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী

আম্বানীয়ে কয়, ২০২৩ৰ ডিচেম্বৰলৈ, যিটো আজিৰ পৰা ১৮ মাহৰো সময় সময়, আমি ভাৰতৰ প্ৰতিখন চহৰৰ লগতে আন অঞ্চলত Jio 5G সেৱা প্ৰদান কৰিম।

  • Share this:
আজি অনুষ্ঠিত হৈছে ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড (Reliance Industries Limited)ৰ বাৰ্ষিক সাধাৰণ সভা। এই সভাত ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ভাষণত ভাৰতত 5G সেৱাৰ মুকলিৰ কথা ঘোষণা কৰে। দীপাৱলীৰ পূৰ্বে এই সেৱা মুকলি হ’ব বুলি ঘোষণা কৰে আম্বানীয়ে। ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে কয়, ৰিলায়েঞ্চে ২ লাখ কোটি বিনিয়োগ কৰিছে 5G নেটৱৰ্কত কৰিব।

আম্বানীয়ে কয় – Jio 5Gৰ এক আৰু ৰোমাঞ্চক সম্ভাৱনা আলট্ৰা–হাই–স্পীড ফিক্সড–ব্ৰডবেণ্ড। কিয়নো কোনো তাঁৰ অবিহনে ফাইবাৰৰ দৰে গতি লাভ কৰিব, সেইবাব ইয়াক আমি JioAirFiber বুলি অভিহিত কৰিছো। JioAirFiberৰ সৈতে, নিজৰ ঘৰ বা কাৰ্যালয়ক গিগাবাইট স্পীড ইণ্টাৰনেটেৰে শীঘ্ৰে সংযুক্ত কৰা বাস্তৱত সহজ হৈ পৰিব। সভাত এই মন্তব্য মুকেশ আম্বানীৰ।

আম্বানীয়ে কয়, ২০২৩ৰ ডিচেম্বৰলৈ, যিটো আজিৰ পৰা ১৮ মাহৰো সময় সময়, আমি ভাৰতৰ প্ৰতিখন চহৰৰ লগতে আন অঞ্চলত Jio 5G সেৱা প্ৰদান কৰিম।

শেহতীয়া বাতৰি