• Home
  • »
  • News
  • »
  • nation
  • »
  • RIL AGM 2022 : ২০২৩ চনৰ ডিচেম্বৰত সমগ্ৰ ভাৰত কভাৰেজ কৰিব Jioৰ 5G সেৱাই : মুকেশ আম্বানী

RIL AGM 2022 : ২০২৩ চনৰ ডিচেম্বৰত সমগ্ৰ ভাৰত কভাৰেজ কৰিব Jioৰ 5G সেৱাই : মুকেশ আম্বানী

‘আমি লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ী শীৰ্ষত উপনীত কৰোৱাম, তেওঁলোকক ক্লাউডৰ দ্বাৰা দিয়া অত্যাধুনিক, প্লাগ–এণ্ড–প্লে সমাধানৰ সৈতে শক্তিশালী কৰিম।’ – ক’লে মুকেশ আম্বানীয়ে।

  • Share this:
২০২৩ চনৰ ডিচেম্বৰত সমগ্ৰ ভাৰত কভাৰেজ কৰিব Jioৰ 5G সেৱাই। আজি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ বাৰ্ষিক সাধাৰণ সভাত এই ঘোষণা কৰিলে অধ্যক্ষ মুকেশ আম্বানীয়ে। দীপাৱলীৰ পূৰ্বে মুকলি হ’ব JIO-5G সেৱা। ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভাত আম্বানীয়ে কয়, ৰিলায়েঞ্চে ২ লাখ কোটি বিনিয়োগ কৰিছে 5G নেটৱৰ্কত কৰিব।

Jio 5G ১০ কোটিৰো অধিক ঘৰত অদ্বিতীয় ডিজিটেল অনুভৱ আৰু স্মাৰ্ট হোম ছলুশ্যনৰে জড়িত কৰিব। ‘আমি লাখ লাখ ক্ষুদ্ৰ ব্যৱসায়ী শীৰ্ষত উপনীত কৰোৱাম, তেওঁলোকক ক্লাউডৰ দ্বাৰা দিয়া অত্যাধুনিক, প্লাগ–এণ্ড–প্লে সমাধানৰ সৈতে শক্তিশালী কৰিম।’ – ক’লে মুকেশ আম্বানীয়ে।

ইফালে, মুকেশ আম্বানীয়ে JIO আৰু Qualcommৰ মাজত অংশীদাৰিত্বৰ কথাও ঘোষণা কৰে। Qualcommৰ চিইঅ’ ক্ৰিষ্টিয়ানো অমনে কয় – ভাৰতে যিদৰে স্বাধীনতাৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি পালন কৰিছে, Jioৰ সৈতে, আমি ডিজিটেল ভেটি শক্তিশালী কৰিবলৈ বদ্ধপৰিকৰ, যিয়ে নাগৰিকসকল আৰু ব্যৱসায়ৰ মাজৰ সফলতাক সক্ষম কৰি তুলিব। লগতে প্ৰধানমন্ত্ৰীয়ে কল্পনা কৰা নতুন ভাৰতৰ লক্ষ্য প্ৰাপ্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি