নতুন দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন ৰাষ্ট্ৰপতিৰ, উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী

News18 Assam | News18-Assam
Updated:January 26, 2020, 9:58 AM IST
নতুন দিল্লীত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন ৰাষ্ট্ৰপতিৰ, উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী
আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস

আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস

  • Share this:
আজি দেশৰ ৭১ সংখ্যক গণৰাজ্য দিৱস।  নতুন দিল্লীত পতাকা উত্তোলন কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। কাৰ্যসূচীত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ ৭১ সংখ্যৰ গণৰাজ্য দিৱসত অতিথি হিচাপে উপস্থিত থাকে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি। অনুষ্ঠানত সমৱেত হৈছে হাজাৰ হাজাৰ লোকৰ। কাৰ্যসূচীত প্ৰদৰ্শীত হ’ব বহু ৰাজ্যৰ প্ৰতীকপদ।
Published by: Himangshu Bhuyan
First published: January 26, 2020, 9:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading