உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Republic Day 2022: লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে, ১২ হাজাৰৰ পৰা ১৭ হাজাৰ ফুটলৈ, -৪৫ ডিগ্ৰীত উত্তোলন কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা ...

    Republic Day 2022: লাডাখৰ পৰা অৰুণাচল প্ৰদেশলৈকে, ১২ হাজাৰৰ পৰা ১৭ হাজাৰ ফুটলৈ, -৪৫ ডিগ্ৰীত উত্তোলন কৰা হৈছে ৰাষ্ট্ৰীয় পতাকা ...

    Photo-ANI

    Photo-ANI

    লাডাখ (Ladakh)ৰ পৰা অৰুণাচল প্ৰদেশ (Arunachal Pradesh) সীমান্ত অঞ্চললৈ, য'ত উচ্চতা প্ৰায় ১২,০০০ ৰ পৰা ১৭,০০০ ফুট, তাপমাত্ৰা ০ ৰ পৰা মাইনাছ ৪৫ ডিগ্ৰীলৈকে হয়, কিন্তু এই সকলো পৰিস্থিতি উপেক্ষা কৰি আইটিবিপিৰ জোৱানসকলে গণতন্ত্ৰ দিৱস (Republic Day 2022) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশলৈ শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰে।

    • Share this:
    লাডাখ (Ladakh)ৰ পৰা অৰুণাচল প্ৰদেশ (Arunachal Pradesh) সীমান্ত অঞ্চললৈ, য'ত উচ্চতা প্ৰায় ১২,০০০ ৰ পৰা ১৭,০০০ ফুট, তাপমাত্ৰা ০ ৰ পৰা মাইনাছ ৪৫ ডিগ্ৰীলৈকে হয়, কিন্তু এই সকলো পৰিস্থিতি উপেক্ষা কৰি আইটিবিপিৰ জোৱানসকলে গণতন্ত্ৰ দিৱস (Republic Day 2022) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি দেশলৈ শ্ৰদ্ধা আৰু সন্মান জ্ঞাপন কৰে। দেশৰ ৭৩ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে সীমান্ত ৰক্ষাৰ দায়িত্বত থকা ইণ্ডো-তিব্বত সীমান্ত আৰক্ষীয়ে দেশৰ তিৰঙ্গা উত্তোলন কৰে। ৫০০ ফুট উচ্চতাত তেওঁ লাডাখ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে, য'ত সেই সময়ৰ তাপমাত্ৰা মাইনাছ ৪৫ ডিগ্ৰী চেলচিয়াছ আছিল।

    ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ জোৱানসকলে উত্তৰাখণ্ডৰ মানা ঘাটিত (যাক ভাৰতৰ অন্তিম খন গাওঁ বুলি কোৱা হয়) ১১,০০০ ফুট উচ্চতাত গণতন্ত্ৰ দিৱস পালন কৰে।

    republic day 2022: temperature 0 to minus 45 degree celsius itbp hoisted national flag everywhere


    দৰাচলতে, ১৯৬২ চনত স্থাপিত আইটিবিপিয়ে পাহাৰীয়া অঞ্চলসমূহৰ লগতে ভাৰত-চীন সীমান্তত ৩,৪৮৮ কিলোমিটাৰ সুৰক্ষাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি সীমান্তৰ সুৰক্ষা অব্যাহত ৰাখিছে৷ আইটবিপিৰ বাহাদুৰ জোৱানসকলে হিমালয় অঞ্চলত ২৪ ঘণ্টা ৰক্ষণাবেক্ষণ ৰাখে৷
    Published by:Kokil Sarma
    First published: