ৰিলায়েঞ্চে ক্ৰয় কৰিলে ফিউচাৰ গ্ৰুপ, সাজু এমাজনক প্ৰত্যাহ্বান জনাবলৈ

News18 Assam | News18-Assam
Updated:August 30, 2020, 9:35 AM IST
ৰিলায়েঞ্চে ক্ৰয় কৰিলে ফিউচাৰ গ্ৰুপ, সাজু এমাজনক প্ৰত্যাহ্বান জনাবলৈ
৪২০ খনতকৈ অধিক চহৰত থকা ১৮০০ ষ্টোৰ ক্ৰয় কৰিলে ৰিলায়েঞ্চে।

৪২০ খনতকৈ অধিক চহৰত থকা ১৮০০ ষ্টোৰ ক্ৰয় কৰিলে ৰিলায়েঞ্চে।

  • Share this:
ৰিলায়েঞ্চে ক্ৰয় কৰিলে ফিউচাৰ গ্ৰুপ। ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ সহায়ক কোম্পানী ৰিলায়েঞ্চ ৰিটেইল ভেঞ্চাৰ্ছ (আৰআৰভিএল)–এ আজি ঘোষণা কৰে যে কিশোৰ বিয়ানী–প্ৰমোটেড ফিউচাৰ গ্ৰুপৰ ৰিটেইল, হোলছেল, লজিষ্টিক্স আৰু ৱেৰহাউছিং ব্যৱসায় ক্ৰয় কৰিছে। ২৪৭১৩ কোটি টকাত ক্ৰয় কৰিলে ফিউচাৰ গ্ৰুপ। ৪২০ খনতকৈ অধিক চহৰত থকা ১৮০০ ষ্টোৰ ক্ৰয় কৰিলে ৰিলায়েঞ্চে। ইয়াৰ দ্বাৰা সৰ্ববৃহৎ খুচুৰা প্ৰতিষ্ঠানত পৰিণত ৰিলায়েঞ্চ ৰিটেইল। এমাজনক প্ৰত্যাহ্বান জনাবলৈ সাজু ৰিলায়েঞ্চ।
Published by: Sanjay Kumar Das
First published: August 30, 2020, 9:35 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading