ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভা। প্ৰথমবাৰলৈ কোৰোণা ভাইৰাছৰ বাবে ভাৰ্চুৱেল বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৩ সংখ্যক এ জি এমত অধ্যক্ষ মুকেশ আম্বানীয়ে সকলো বিনিয়োগকাৰীকে স্বাগতম জনায়। চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে, জিঅ’ই ইতিমধ্যে তৈয়াৰ কৰিলে মেড ইন ইণ্ডিয়া 5G চলুশ্যন। যি ভাৰতবৰ্ষত ৱৰ্ল্ড ক্লাচ 5G সেৱা প্ৰদান কৰিব।
মুকেশ আম্বানীয়ে জিঅ’ৰ 5G চলুশ্যনক আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে ঘোষণা কৰে। অহা বছৰৰ পৰা আৰম্ভ হ’বলগীয়া এই সেৱা ১০০ শতাংশই মেড ইন ইণ্ডিয়া হ’ব।
RIL AGMৰ সৈতে জড়িত হ’বলৈ- https://jiomeet.jio.com/rilagm/joinmeeting
RTMP URL: DIRECT RECEIVErtmp://rtmpfeed.jio.ril.com:1935/RIL_AGM_2020_General/stream1
YOUTUBE
The Flame Of Truth Channel: https://www.youtube.com/user/flameoftruth2014
Playback URL: https://bit.ly/RIL_YouTube_RIL_AGM2020LIVE
Jio Channel: https://www.youtube.com/jio
Playback URL: https://bit.ly/Jio_YouTube_RIL_AGM2020LIVE
FACEBOOKReliance Industries Limited Page: https://www.facebook.com/RelianceIndustriesLimited
Playback URL: https://bit.ly/RIL_FB_RIL_AGM2020LIVE
Jio Page: https://www.facebook.com/Jio
Playback URL: https://bit.ly/Jio_FB_RIL_AGM2020LIVE
TWITTER@FlameOfTruth (https://twitter.com/flameoftruth)
@RelianceJio (https://twitter.com/reliancejio)
Playback URL: https://bit.ly/Jio_Twitter_RIL_AGM2020LIVE
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|