• Home
  • »
  • News
  • »
  • nation
  • »
  • জিঅ’ই অহা বছৰ মুকলি কৰিব মেড ইন ইণ্ডিয়া 5G সেৱা- ঘোষণা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ

জিঅ’ই অহা বছৰ মুকলি কৰিব মেড ইন ইণ্ডিয়া 5G সেৱা- ঘোষণা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ

গুগলৰ সৈতে মিলি স্মাৰ্টফোন বনাব ৰিলায়েন্সে-ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভাত মুকেশ আম্বানীয়ে বিনিয়োগকাৰীসকলক সম্বোধন কৰে। আম্বানীয়ে কয় যে গুগলৰ সৈতে মিলি 4G-5G স্মাৰ্টফোন বনাব ৰিলায়েঞ্চে। এই স্মাৰ্টফোন এনড্ৰইড অপাৰেটিং ছিষ্টেমৰ হ’ব।

গুগলৰ সৈতে মিলি স্মাৰ্টফোন বনাব ৰিলায়েন্সে-ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভাত মুকেশ আম্বানীয়ে বিনিয়োগকাৰীসকলক সম্বোধন কৰে। আম্বানীয়ে কয় যে গুগলৰ সৈতে মিলি 4G-5G স্মাৰ্টফোন বনাব ৰিলায়েঞ্চে। এই স্মাৰ্টফোন এনড্ৰইড অপাৰেটিং ছিষ্টেমৰ হ’ব।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে, জিঅ’ই 5G চলুশ্যন তৈয়াৰ কৰিছে। যি ভাৰতবৰ্ষত 5G সেৱা প্ৰদান কৰিব।

  • Share this:
ৰিলায়েন্স ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভা। প্ৰথমবাৰলৈ কোৰোণা ভাইৰাছৰ বাবে ভাৰ্চুৱেল বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত হৈছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৩ সংখ্যক এ জি এমত অধ্যক্ষ মুকেশ আম্বানীয়ে সকলো বিনিয়োগকাৰীকে স্বাগতম জনায়। চেয়াৰমেন মুকেশ আম্বানীয়ে কয় যে, জিঅ’ই ইতিমধ্যে তৈয়াৰ কৰিলে মেড ইন ইণ্ডিয়া 5G চলুশ্যন। যি ভাৰতবৰ্ষত ৱৰ্ল্ড ক্লাচ 5G সেৱা প্ৰদান কৰিব।


মুকেশ আম্বানীয়ে জিঅ’ৰ 5G চলুশ্যনক আত্মনিৰ্ভৰ ভাৰতৰ অংশ হিচাপে ঘোষণা কৰে। অহা বছৰৰ পৰা আৰম্ভ হ’বলগীয়া এই সেৱা ১০০ শতাংশই মেড ইন ইণ্ডিয়া হ’ব।

RIL AGMৰ সৈতে জড়িত হ’বলৈ- https://jiomeet.jio.com/rilagm/joinmeeting

RTMP URL: DIRECT RECEIVE

rtmp://rtmpfeed.jio.ril.com:1935/RIL_AGM_2020_General/stream1

YOUTUBE


The Flame Of Truth Channel: https://www.youtube.com/user/flameoftruth2014

Playback URL: ​https://bit.ly/RIL_YouTube_RIL_AGM2020LIVE

Jio Channel: https://www.youtube.com/jio

Playback URL: https://bit.ly/Jio_YouTube_RIL_AGM2020LIVE

FACEBOOK

Reliance Industries Limited Page: https://www.facebook.com/RelianceIndustriesLimited

Playback URL: https://bit.ly/RIL_FB_RIL_AGM2020LIVE

Jio Page: https://www.facebook.com/Jio

Playback URL: https://bit.ly/Jio_FB_RIL_AGM2020LIVE

TWITTER

@FlameOfTruth (https://twitter.com/flameoftruth)

@RelianceJio (https://twitter.com/reliancejio)

Playback URL: https://bit.ly/Jio_Twitter_RIL_AGM2020LIVE
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি