RIL AGM 2020-আৰম্ভ হ’ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৩সংখ্যক এ জি এম

News18 Assam | News18-Assam
Updated:July 15, 2020, 2:29 PM IST
RIL AGM 2020-আৰম্ভ হ’ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৩সংখ্যক এ জি এম
RIL AGM 2020- ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ জেনেৰেল মিটিং আৰম্ভ হৈছে। প্ৰথমবাৰৰ বাবে এই বৈঠক ভিডিঅ’ কনফাৰেঞ্চীংৰ জৰিয়তে হৈছে।

RIL AGM 2020- ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ জেনেৰেল মিটিং আৰম্ভ হৈছে। প্ৰথমবাৰৰ বাবে এই বৈঠক ভিডিঅ’ কনফাৰেঞ্চীংৰ জৰিয়তে হৈছে।

  • Share this:
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৩ সংখ্যক এ জি এম আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ শ্বেয়াৰ ৰেকৰ্ড উচ্চ শিখৰ পাইছেগৈ। মাৰ্কেট কেপৰ ফালৰ পৰা দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ এজিএম (AGM-Annual General Meeting) অৰ্থাৎ এনুৱেল জেনেৰেল মিটিঙত কোম্পানীৰ মেগা ফিউচাৰ প্লেনৰ ঘোষণা হ’ব পাৰে।

বুধবাৰে Reliance Industries Share Price-এ ২০০০ৰ ঘৰ অতিক্ৰম কৰিছে। বৰ্তমান ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে বিনিয়োগকাৰীক ফিচাৰ প্লেনৰ বিষয়ে জনাইছে।

আজিৰ এজিএমত ভ্যেলু এডেড প্ৰডাক্টছ নিৰ্মাণৰ কাৰণে উৰ্জাক কাৰ্বন মুক্ত কৰা সন্দৰ্ভত কোম্পানীৰ আঁচনি সন্দৰ্ভতো কথা হ’ব পাৰে। এইদৰে কৰা উৎপাদনৰ পৰা কাৰ্বন এমিশ্যন নহ’ব। জানিব পৰা মতে আজিৰ এজিএমত কোৰোণা কালৰ পিছত কোম্পানীৰ ব্যৱসায়িক ৰণনীতি আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভতো তথ্য প্ৰদান কৰা হ’ব।

RIL AGMৰ সৈতে জড়িত হ’বলৈ- https://jiomeet.jio.com/rilagm/joinmeeting

RTMP URL: DIRECT RECEIVE
rtmp://rtmpfeed.jio.ril.com:1935/RIL_AGM_2020_General/stream1

YOUTUBE

The Flame Of Truth Channel: https://www.youtube.com/user/flameoftruth2014
Playback URL: ​https://bit.ly/RIL_YouTube_RIL_AGM2020LIVE
Jio Channel: https://www.youtube.com/jio
Playback URL: https://bit.ly/Jio_YouTube_RIL_AGM2020LIVE

FACEBOOK
Reliance Industries Limited Page: https://www.facebook.com/RelianceIndustriesLimited
Playback URL: https://bit.ly/RIL_FB_RIL_AGM2020LIVE
Jio Page: https://www.facebook.com/Jio
Playback URL: https://bit.ly/Jio_FB_RIL_AGM2020LIVE

TWITTER
@FlameOfTruth (https://twitter.com/flameoftruth)
@RelianceJio (https://twitter.com/reliancejio)
Playback URL: https://bit.ly/Jio_Twitter_RIL_AGM2020LIVE
Published by: Himangshu Bhuyan
First published: July 15, 2020, 2:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading