RIL AGM 2020-আৰম্ভ হ’ল ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ ৪৩সংখ্যক এ জি এম

RIL AGM 2020- ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ জেনেৰেল মিটিং আৰম্ভ হৈছে। প্ৰথমবাৰৰ বাবে এই বৈঠক ভিডিঅ’ কনফাৰেঞ্চীংৰ জৰিয়তে হৈছে।
RIL AGM 2020- ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ জেনেৰেল মিটিং আৰম্ভ হৈছে। প্ৰথমবাৰৰ বাবে এই বৈঠক ভিডিঅ’ কনফাৰেঞ্চীংৰ জৰিয়তে হৈছে।
- News18 Assam
- Last Updated: July 15, 2020, 2:29 PM IST
বুধবাৰে Reliance Industries Share Price-এ ২০০০ৰ ঘৰ অতিক্ৰম কৰিছে। বৰ্তমান ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ চেয়াৰমেন মুকেশ আম্বানীয়ে বিনিয়োগকাৰীক ফিচাৰ প্লেনৰ বিষয়ে জনাইছে।
আজিৰ এজিএমত ভ্যেলু এডেড প্ৰডাক্টছ নিৰ্মাণৰ কাৰণে উৰ্জাক কাৰ্বন মুক্ত কৰা সন্দৰ্ভত কোম্পানীৰ আঁচনি সন্দৰ্ভতো কথা হ’ব পাৰে। এইদৰে কৰা উৎপাদনৰ পৰা কাৰ্বন এমিশ্যন নহ’ব। জানিব পৰা মতে আজিৰ এজিএমত কোৰোণা কালৰ পিছত কোম্পানীৰ ব্যৱসায়িক ৰণনীতি আৰু সম্পত্তিৰ মুদ্ৰাকৰণ সন্দৰ্ভতো তথ্য প্ৰদান কৰা হ’ব।
RTMP URL: DIRECT RECEIVE
rtmp://rtmpfeed.jio.ril.com:1935/RIL_AGM_2020_General/stream1
YOUTUBE
Playback URL: https://bit.ly/RIL_YouTube_RIL_AGM2020LIVE
Jio Channel: https://www.youtube.com/jio
Playback URL: https://bit.ly/Jio_YouTube_RIL_AGM2020LIVE
Reliance Industries Limited Page: https://www.facebook.com/RelianceIndustriesLimited
Playback URL: https://bit.ly/RIL_FB_RIL_AGM2020LIVE
Jio Page: https://www.facebook.com/Jio
Playback URL: https://bit.ly/Jio_FB_RIL_AGM2020LIVE
@FlameOfTruth (https://twitter.com/flameoftruth)
@RelianceJio (https://twitter.com/reliancejio)
Playback URL: https://bit.ly/Jio_Twitter_RIL_AGM2020LIVE