RIL AGM 2020 : Jio প্লেটফৰ্মত গুগলে ৩৩৭৩৭ কোটি বিনিয়োগেৰে কিনিব ৭.৭ শতাংশ অংশীদাৰিত্ব

News18 Assam | News18-Assam
Updated:July 15, 2020, 3:08 PM IST
RIL AGM 2020 : Jio প্লেটফৰ্মত গুগলে ৩৩৭৩৭ কোটি বিনিয়োগেৰে কিনিব ৭.৭ শতাংশ অংশীদাৰিত্ব
আম্বানীয়ে কয় – ৰিলায়েঞ্চ ভাৰতৰ আটাইতকৈ বেছি জিএছটি আৰু ভেট প্ৰদানকাৰী কোম্পানী।

আম্বানীয়ে কয় – ৰিলায়েঞ্চ ভাৰতৰ আটাইতকৈ বেছি জিএছটি আৰু ভেট প্ৰদানকাৰী কোম্পানী।

  • Share this:
ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভাত শ্বেয়াৰ হোল্ডাৰসকলক সম্বোধন কৰে অধ্যক্ষ মুকেশ আম্বানীয়ে। আম্বানীয়ে কয় যে গুগলে জিঅ’ প্লেটফৰ্মত ৭.৭ শতাংশ অংশীদাৰিত্ব ৩৩৭৩৭ কোটি টকাত কিনিব।

আম্বানীয়ে কয় – ৰিলায়েঞ্চ ভাৰতৰ আটাইতকৈ বেছি জিএছটি আৰু ভেট প্ৰদানকাৰী কোম্পানী। এই মূল্য ৬৯৩৭২ কোটি টকা। বিগত বৰ্ষত ৮ হাজাৰ কোটি টকাৰ আয়কৰ আদায় দিছিল।

মুকেশ আম্বানীয়ে কয় যে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজ লিমিটেড ১৫০ বিলিয়ন ডলাৰ মাৰ্কেট কেপৰ প্ৰথম ভাৰতীয় কোম্পানী। কোম্পানীৰ এবিডটা ১ লাখ কোটি হৈছেগৈ। কনজিউমাৰ বিজনেছত এবিডটা গ্ৰ’থ ৪৯ শতাংশ।
Published by: Sanjay Kumar Das
First published: July 15, 2020, 3:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading