আম্বানীয়ে কয় – ৰিলায়েঞ্চ ভাৰতৰ আটাইতকৈ বেছি জিএছটি আৰু ভেট প্ৰদানকাৰী কোম্পানী।
আম্বানীয়ে কয় – ৰিলায়েঞ্চ ভাৰতৰ আটাইতকৈ বেছি জিএছটি আৰু ভেট প্ৰদানকাৰী কোম্পানী।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজৰ ৪৩সংখ্যক বাৰ্ষিক সাধাৰণ সভাত শ্বেয়াৰ হোল্ডাৰসকলক সম্বোধন কৰে অধ্যক্ষ মুকেশ আম্বানীয়ে। আম্বানীয়ে কয় যে গুগলে জিঅ’ প্লেটফৰ্মত ৭.৭ শতাংশ অংশীদাৰিত্ব ৩৩৭৩৭ কোটি টকাত কিনিব।
আম্বানীয়ে কয় – ৰিলায়েঞ্চ ভাৰতৰ আটাইতকৈ বেছি জিএছটি আৰু ভেট প্ৰদানকাৰী কোম্পানী। এই মূল্য ৬৯৩৭২ কোটি টকা। বিগত বৰ্ষত ৮ হাজাৰ কোটি টকাৰ আয়কৰ আদায় দিছিল।
মুকেশ আম্বানীয়ে কয় যে ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজ লিমিটেড ১৫০ বিলিয়ন ডলাৰ মাৰ্কেট কেপৰ প্ৰথম ভাৰতীয় কোম্পানী। কোম্পানীৰ এবিডটা ১ লাখ কোটি হৈছেগৈ। কনজিউমাৰ বিজনেছত এবিডটা গ্ৰ’থ ৪৯ শতাংশ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|