• Home
  • »
  • News
  • »
  • nation
  • »
  • Reliance AGM 2022 : অধ্যক্ষ মুকেশ আম্বানীয়ে ক’লে – আমি সকলোৰে যতন লওঁ

Reliance AGM 2022 : অধ্যক্ষ মুকেশ আম্বানীয়ে ক’লে – আমি সকলোৰে যতন লওঁ

বিগত বৰ্ষ (২০২১)ত হোৱা AGMত কোম্পানীয়ে গ্ৰীন এনাৰ্জী ছেক্টৰত প্ৰৱেশ কৰাৰ ডাঙৰ ঘোষণা কৰিছিল। ২০২২ চনত গুগলৰ দ্বাৰা কোম্পানীত বিনিয়োগ কৰাৰ ঘোষণা কৰা হৈছিল।

  • Share this:
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড (Reliance Industries Ltd)ৰ বাৰ্ষিক সাধাৰণ সভা আজি দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হৈছে। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অদ্যক্ষ মুকেশ আম্বানীয়ে কোম্পানীৰ এই ৪৫সংখ্যক সভা ভিডিঅ’ কনফাৰেন্সৰ যোগেদি সম্বোধন কৰিছে। এই সভাত বিনিয়োগকাৰী, কৰ্প’ৰেট জগত আৰু শ্বেয়াৰ বজাৰৰ দৃষ্টি নিবদ্ধ হৈ আছে।

বিগত বৰ্ষ (২০২১)ত হোৱা AGMত কোম্পানীয়ে গ্ৰীন এনাৰ্জী ছেক্টৰত প্ৰৱেশ কৰাৰ ডাঙৰ ঘোষণা কৰিছিল। ২০২২ চনত গুগলৰ দ্বাৰা কোম্পানীত বিনিয়োগ কৰাৰ ঘোষণা কৰা হৈছিল।

আম্বানীয়ে কয়, ‘‘ৰিলায়েঞ্চে কৰ্মসংস্থাপন সৃষ্টিত এক নতুন অভিলেখ সৃষ্টি কৰিছে। নিজৰ সকলো ধৰণৰ ব্যৱসায়ত ২.৩২ লাখ চাকৰি দিয়া হৈছে। ৰিলায়েঞ্চ ৰিটেইল এতিয়া ৱাৰতৰ আটাইতকৈ বৃহৎ চাকৰি দিয়া কোম্পানী।’’
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি