• Home
  • »
  • News
  • »
  • nation
  • »
  • Reliance AGM 2022 : ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভা আজি, জানক ক’ত আৰু কেনেকৈ চাব Live

Reliance AGM 2022 : ৰিলায়েঞ্চৰ বাৰ্ষিক সাধাৰণ সভা আজি, জানক ক’ত আৰু কেনেকৈ চাব Live

এই বৈঠকত অধ্যক্ষ মুকেশ আম্বানীয়ে কেতবোৰ ডাঙৰ ঘোষণা কৰাৰ কৰাৰ সম্ভাৱনা আছে। কোৱা হৈছে যে মুকেশ আম্বানীৰ অতিৰিক্ত ব’ৰ্ডৰ কিছু আন সদস্যয়ো এই বৈঠকত ভাষণ দিব।

এই বৈঠকত অধ্যক্ষ মুকেশ আম্বানীয়ে কেতবোৰ ডাঙৰ ঘোষণা কৰাৰ কৰাৰ সম্ভাৱনা আছে। কোৱা হৈছে যে মুকেশ আম্বানীৰ অতিৰিক্ত ব’ৰ্ডৰ কিছু আন সদস্যয়ো এই বৈঠকত ভাষণ দিব।

এই বৈঠকত অধ্যক্ষ মুকেশ আম্বানীয়ে কেতবোৰ ডাঙৰ ঘোষণা কৰাৰ কৰাৰ সম্ভাৱনা আছে। কোৱা হৈছে যে মুকেশ আম্বানীৰ অতিৰিক্ত ব’ৰ্ডৰ কিছু আন সদস্যয়ো এই বৈঠকত ভাষণ দিব।

  • Share this:
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড (Reliance Industries Ltd)ৰ বাৰ্ষিক সাধাৰণ সভা আজি অনুষ্ঠিত হ’ব। দুপৰীয়া ২ বজাৰ পৰা আৰম্ভ হ’ব এই সভা। ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ কোম্পানীয়ে এই ৪৫সংখ্যক বৈঠক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে সম্বোধন কৰিব। এই বৈঠকত ৰিলায়েঞ্চৰ বিনিয়োগকাৰী, কৰ্প’ৰেট জগত আৰু শ্বেয়াৰ বজাৰৰ দৃষ্টি নিবদ্ধ আছে।

বিশেষজ্ঞৰ মতে, এই বৈঠকত অধ্যক্ষ মুকেশ আম্বানীয়ে কেতবোৰ ডাঙৰ ঘোষণা কৰাৰ কৰাৰ সম্ভাৱনা আছে। কোৱা হৈছে যে মুকেশ আম্বানীৰ অতিৰিক্ত ব’ৰ্ডৰ কিছু আন সদস্যয়ো এই বৈঠকত ভাষণ দিব। ২০২১, অৰ্থাৎ বিগত বৰ্ষত কোম্পানীয়ে গ্ৰীন এনাৰ্জী ছেক্টৰত প্ৰৱেশ কৰাৰ ডাঙৰ ঘোষণা কৰিছিল, আনহাতে, ২০২২ত গুগলৰ দ্বাৰা কোম্পানীত বিনিয়োগ কৰাৰ ঘোষণা কৰিছিল।

ক’ত ক’ত লাইভ হ’ব এই ইভেণ্ট
WhatsAppত লওক তথ্য
কোম্পানীয়ে এইবাৰ এক হোৱাট্ছএপ নম্বৰো প্ৰকাশ কৰিছে, য’ত আপুনি AGMৰ সকলো তথ্য লাভ কৰিব। নম্বৰটো হৈছে 7977111111। আপুনি এই নম্বৰত Hi লিখি প্ৰেৰণ কৰিব লাগিব। Hi লিখাৰ পিছত আপোনাক জিঅ’ মিটৰ লিংক দিয়া হ’ব। ইয়াৰ উপৰি, এই চেটবটৰ দ্বাৰা আপুনি AGMত ভোটিং তথা ডিভিডেণ্ট আৰু টেক্সেশ্যন সহ কেইবাটাও আন প্ৰয়োজনীয় তথ্য লাভ কৰিব পাৰিব।

JIOMEETত কেনেকৈ চাব
জিঅ’মিটত এই ইভেণ্ট লাভ চাবলৈ আপুনি Othersত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ সম্পূৰ্ণ নাম আৰু সংস্থাৰ নাম পূৰ্ণ কৰাৰ পিছত কেপচা কোড দিব লাগিব। লিংক হ’ল https://jiomeet.jio.com/rilagm/joinmeeting। এই লিংকত এজিএম আৰম্ভ হোৱাৰ ৩০ মিনিট পূৰ্বে উপলব্ধ হ’ব।

YouTube
ৰিলায়েঞ্চ আপডেট চেনেল : https://www.youtube.com/user/flameoftruth2014
প্লেবেক ইউআৰএল : https://youtu.be/TS8FYk5RhlY

Facebook
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড পেজ : https://www.facebook.com/RelianceIndustriesLimited
প্লেবেক ইউআৰএল: https://www.facebook.com/events/610199153827102/
জিঅ’ পেজ : https://www.facebook.com/Jio
প্লেবেক ইউআৰএল : https://www.facebook.com/events/484097953163347/

TWITTER 
একাউণ্ট : @FlameOfTruth (https://twitter.com/flameoftruth)
প্লেবেক ইউআৰএল : https://twitter.com/i/broadcasts/1PlJQaOpPDVJE
একাউণ্ট: @RelianceJio (https://twitter.com/reliancejio)
প্লেবেক ইউআৰএল : https://twitter.com/i/broadcasts/1DXxyDWvjgkJM

KOO এপ
একাউণ্ট: @RelianceUpdates (https://kooapp.com/profile/RelianceUpdates)
প্লেবেক ইউআৰএল: https://www.kooapp.com/koo/RelianceUpdates/7c68d5a8-4e12-4e52-9491-62e5524174e7
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি