உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Reliance Foundation Vaccination Mission: ১০ লাখতকৈ অধিক RILৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক কোৰোণা ভেকচিন প্ৰদান কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে

    Reliance Foundation Vaccination Mission: ১০ লাখতকৈ অধিক RILৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক কোৰোণা ভেকচিন প্ৰদান কৰিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে

    ৰিলায়েন্স ফাউণ্ডেশ্যনে ১০ লাখতকৈ অধিক RILৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক কোৰোণা প্ৰতিষেধন প্ৰদান কৰিছে।

    ৰিলায়েন্স ফাউণ্ডেশ্যনে ১০ লাখতকৈ অধিক RILৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক কোৰোণা প্ৰতিষেধন প্ৰদান কৰিছে।

    ৰিলায়েন্স ফাউণ্ডেশ্যনে ১০ লাখতকৈ অধিক RILৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক কোৰোণা প্ৰতিষেধন প্ৰদান কৰিছে।

    • Share this:
    কোৰোণা কালত দেশবাসীক সকলো ধৰণে সহায় কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে। বহু জটিল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ দেশবাসীৰ ওচৰত সাহস হিচাপে থিয় দিছে প্ৰতিষ্ঠানটো। সেইদৰে এনে ভয়াৱহতাৰ সময়ত নিজৰ কৰ্মচাৰীসকলৰ সুৰক্ষাৰো ব্যৱস্থা কৰি আহিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে। ৰিলায়েন্স ফাউণ্ডেশ্যনে ১০ লাখতকৈ অধিক RILৰ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক কোভিড ভেকচিন প্ৰদান কৰিছে। সমগ্ৰ দেশজুৰি মিছন ভেকচিন সুৰক্ষাৰ অধীনত এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৰিলায়েন্স ফাউণ্ডেশ্যনে।

    নিজৰ কৰ্মচাৰী আৰু কৰ্মচাৰীসকলক ভেকচিন প্ৰদানৰ জৰিয়তে কোভিডৰ ভয়াৱহতাৰ পৰা সুৰক্ষা দিবলৈ প্ৰতিষ্ঠানটোৰ CSR-এ মিছন ভেকচিন সুৰক্ষাৰ উদ্যোগ লৈছিল। যোৱা এপ্ৰিল মাহত এই কাৰ্যসূচী মুকলি কৰিছিল ৰিলায়েন্স ফাউণ্ডেশ্যনে।

    যোৱা মাহত হৈ যোৱা প্ৰতিষ্ঠানটোৰ বাৰ্ষিক সাধাৰণ সভাত নীতা আম্বানীয়ে এই সন্দৰ্ভত কৈছিল যে, এই পদক্ষেপ সম্পূৰ্ণ মানৱীয়তাৰ চিন স্বৰূপে গ্ৰহণ কৰা হৈছে।  প্ৰতিগৰাকী ভাৰতীয় লোকক সুৰক্ষা প্ৰদানৰ নিশ্চিতি প্ৰদান কৰাটো আমাৰ ধৰ্ম। আমি বিশ্বাস কৰো যে, আমি একেলগে যুঁজ কৰিলে কোৰোণাক পৰাস্ত কৰিব পাৰিম।'
    Published by:Himangshu Bhuyan
    First published: