
দুষ্কৃতিকাৰীয়ে হাস্পতালখনলৈ ৮বাৰকৈ কল কৰা বুলি CNN News18ক জনায় এক সূত্ৰই। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
দুষ্কৃতিকাৰীয়ে হাস্পতালখনলৈ ৮বাৰকৈ কল কৰা বুলি CNN News18ক জনায় এক সূত্ৰই। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীলৈ ভাবুকি। ৰিলায়েঞ্চ ফাউণ্ডেচন হাস্পতাললৈ কোনো অজ্ঞাত ব্যক্তিয়ে ফোনযোগে দিয়ে এই ভাবুকি। মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালক ফোনযোগে ভাবুকি প্ৰদান। ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই এই ঘটনাক লৈ স্থানীয় ডি বি মাৰ্গ আৰক্ষী থানাত এক অভিযোগ দাখিল কৰিছে। দুষ্কৃতিকাৰীয়ে হাস্পতালখনলৈ ৮বাৰকৈ কল কৰা বুলি CNN News18ক জনায় এক সূত্ৰই। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই CNN News18ক জনায়, আণ্টিলিয়াৰ বাহিৰত নিৰাপত্তাৰক্ষী বৃদ্ধি কৰা হ’ব। বৰ্তমানৰ ব্যক্তিগত নিৰাপত্তা ব্যৱস্থা ইতিমধ্যে বৃদ্ধি কৰা হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|