• Home
  • »
  • News
  • »
  • nation
  • »
  • Raksha Bandhan 2022-১১ নে ১২ আগষ্টত পালন কৰিব ৰাখী বন্ধন? এই পবিত্ৰ দিনটোত নকৰিব এই কেইটা ভুল..

Raksha Bandhan 2022-১১ নে ১২ আগষ্টত পালন কৰিব ৰাখী বন্ধন? এই পবিত্ৰ দিনটোত নকৰিব এই কেইটা ভুল..

ৰক্ষাবন্ধন উৎসৱৰ তাৰিখক লৈ যথেষ্ট বিভ্ৰান্তি আছে। কিছুমান মানুহে বিশ্বাস কৰে যে ৰাখী ১১ আগষ্টত বান্ধা হ'ব। আন কিছুমানে বিশ্বাস কৰে যে ১২ আগষ্টত ৰাখী উৎসৱ উদযাপন কৰা হ'ব।

  • Share this:
ৰাখী বন্ধন ভাৰতৰ এটা পবিত্ৰ উত্‍সৱ। শাওণ মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। যিটো দিনত বায়েকে–ভনীয়েকে তেওঁলোকৰ ককায়েক–ভায়েকৰ হাতত ৰাখী বান্ধি দিয়ে। সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়।

ৰক্ষাবন্ধন উৎসৱৰ তাৰিখক লৈ যথেষ্ট বিভ্ৰান্তি আছে। কিছুমান মানুহে বিশ্বাস কৰে যে ৰাখী ১১ আগষ্টত বান্ধা হ'ব। একে সময়তে, কিছুমানে বিশ্বাস কৰে যে ১২ আগষ্ট তাৰিখে ৰাখী উৎসৱ উদযাপন কৰা হ'ব।

১১ আগষ্টৰ পুৱা ১০:৩৭ বজাৰ পিছত পূৰ্ণিমা তিথি আৰু  ১২ আগষ্টৰ পুৱা প্ৰায় ৭ বজাত সমাপ্ত হ'ব। অৱশ্যে, পূৰ্ণিমা তাৰিখত এটা নিশাৰ চন্দ্ৰ থাকিব লাগে। ১১ আগষ্টত, পূৰ্ণিমা পুৱা ১০.৩৭ বজাৰ পৰা আৰম্ভ হ'ব আৰু পূৰ্ণিমা উদযাপনৰ দিনা ৰক্ষাবন্ধন উৎসৱ উদযাপন কৰা হ'ব। অৰ্থাৎ, শাস্ত্ৰমতে ১১ আগষ্টৰ পূৰ্ণিমাত ৰক্ষাবন্ধন উদযাপন কৰা হ’ব ।
কাৰণ ১২ আগষ্টৰ ৰাতিপুৱা ৭ বজাত সমাপ্ত হ’ব।

বৰ্তমান আমাৰ সমাজত ৰাখী বন্ধনৰ জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। কিয়নো তেজৰ সম্পৰ্কৰ ভাতৃ আৰু ভগ্মীৰ মাজতে এই উৎসৱটো সীমাদ্ধতা নাথাকি সম্পৰ্কীয় তথা দূৰ-সম্পৰ্কীয় মাজতো অতিশয় প্ৰচলিত হৈছে।
First published: