‘মই প্ৰতিৰক্ষা মন্ত্ৰী, গতিকে মুখৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ কথা বেছিকৈ ওলাবলৈ লৈছে’

উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এখন দলীয় কৰ্মীসভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে

News18-Assam
Updated:August 23, 2019, 9:55 PM IST
‘মই প্ৰতিৰক্ষা মন্ত্ৰী, গতিকে মুখৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ কথা বেছিকৈ ওলাবলৈ লৈছে’
Source-Google
News18-Assam
Updated: August 23, 2019, 9:55 PM IST
শুকুৰবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে উত্তৰ প্ৰদেশত এখন দলীয় কৰ্মী সভাত অংশগ্ৰহণ কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী হোৱা হেতু মুখৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ কথা বেছিকৈ ওলাবলৈ লৈছে বুলি মন্তব্য কৰে। উল্লেখ যোগ্য যে, কেইদিনমান পূৰ্বে পাকিস্তানে ধাৰাবাহিক ভাবে সীমান্তত যুদ্ধ বিৰতি উলংঘা কৰি থকাৰ কাৰণে ভাৰতে প্ৰয়োজনত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ নীতি সলনি কৰিব বুলি মন্তব্য কৰিছিল।

শুকুৰবাৰে কৰ্মীসভাত ৰাজনাথ সিঙে বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে ৩০৩খন আসন লাভ কৰিবলৈ সক্ষম হোৱাৰ বাবে দলৰ কৰ্মকৰ্তাসকলক ধন্যাবাদ জনায়।

আৰু চাওক পৰৱৰ্তী বাতৰি