মুখ্যপৃষ্ঠা »খবৰ »দেশ »Raj Kundra Son Vivvan : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া পুত্ৰ ভিভানৰ, ছচিয়েল মিডিয়াত ভাইৰেল...

Raj Kundra Son Vivvan : ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া পুত্ৰ ভিভানৰ, ছচিয়েল মিডিয়াত ভাইৰেল...

পোষ্টটোত মাক শিল্পা ছেট্টীৰ সৈতে এখন ফটো ছেয়াৰ কৰিছে ভিভানে য'ত মাকক গলত সাৱটি ধৰা দেখা গৈছে ভিভানক।

  • Share this:
পৰ্ণ'গ্ৰাফীৰ অভিযোগত ৰাজ কুন্দ্ৰা (Raj Kundra)ৰ গ্ৰেপ্তাৰৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে পুত্ৰ ভিভানে (Vivaan Kundra)।  ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰ আৰু বিতৰ্কক লৈ ইতিমধ্যে চৰ্চাত আছে পত্নী তথা অভিনেত্ৰী শিল্পা ছেট্টী ((Shilpa Shetty) । সোমাবাৰে এই সমগ্ৰ বিষয়টোক লৈ শিল্পা ছেট্টীয়ে নিজৰ বক্তব্য প্ৰকাশ কৰিছল। তাৰ পিছতে আজি পুত্ৰ ভিভানে নিজৰ   মত প্ৰকাশ কৰে। ছচিয়েল মিডিয়াত বিষয়টোক লৈ প্ৰথমবাৰৰ বাবে মুখ খুলিলে ভিভানে। ভিভানৰ জন্মৰ সময়তে ইনষ্টাগ্ৰাম একাউণ্ট খুলি দিছিল শিল্পাই আৰু তাতেই ভিভানে আজিনিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

পোষ্টটোত মাক শিল্পা ছেট্টীৰ সৈতে এখন ফটো ছেয়াৰ কৰিছে ভিভানে য'ত মাকক গলত সাৱটি ধৰা দেখা গৈছে ভিভানক।

এই পোষ্টটোৰ পিছতে ছচিয়েল মিডিয়াত ভিভানলৈ মৰমৰ বাণীৰে উপচাই দিছে অনুৰাগীয়ে। উল্লেখ্য ভিভানৰ পিতৃ ৰাজ কুন্দ্ৰা পৰ্ণ ছবি (Pornography) বনোৱাৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত আছে।

শেহতীয়া বাতৰি