মুখ্যপৃষ্ঠা »খবৰ »দেশ »Rahul Gandhi: Disqualified MP! টুইটাৰত পৰিচয় সলনি কৰিলে ৰাহুল গান্ধীয়ে

Rahul Gandhi: Disqualified MP! টুইটাৰত পৰিচয় সলনি কৰিলে ৰাহুল গান্ধীয়ে

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পাছতে টুইটাৰত ৰাহুল গান্ধীয়ে সলনি কৰিলে নিজৰ পৰিচয় ৷

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পাছতে টুইটাৰত ৰাহুল গান্ধীয়ে সলনি কৰিলে নিজৰ পৰিচয় ৷

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পাছতে টুইটাৰত ৰাহুল গান্ধীয়ে সলনি কৰিলে নিজৰ পৰিচয় ৷

  • Share this:
দুদিন পূৰ্বে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ খাৰিজ কৰিছিল সাংসদ পদ ৷ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাৰ পাছতে টুইটাৰত ৰাহুল গান্ধীয়ে সলনি কৰিলে নিজৰ পৰিচয় ৷ ৰাহুল গান্ধীয়ে টুইটাৰৰ BIO ত লিখিলে DISQULIFIED MP ৷



ইপিনে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰাক লৈ সমগ্ৰ দেশৰ লগতে অসমতো অব্যাহত আছে প্ৰতিবাদ ৷ কংগ্ৰেছ তথা কংগ্ৰেছৰ ভাতৃ সংগঠন সমূহে সাব্যস্ত কৰিছে প্ৰতিবাদী কাৰ্য্যসূচী ৷ শনিবাৰৰ দিনটোৰ সমান্তৰালকৈ দেওবাৰেও একেই প্ৰতিবাদ সাব্যস্ত কৰে ৷

শেহতীয়া বাতৰি