ট্ৰেক্টৰ চালকৰ ৰূপত ৰাহুল গান্ধী!

পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীয়ে ট্ৰেক্টৰ চলাই থকা এই ভিডিঅ’টো।

news18assam
Updated:May 16, 2019, 10:19 AM IST
ট্ৰেক্টৰ চালকৰ ৰূপত ৰাহুল গান্ধী!
পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীয়ে ট্ৰেক্টৰ চলাই থকা এই ভিডিঅ’টো।
news18assam
Updated: May 16, 2019, 10:19 AM IST
ট্ৰেক্টৰ চালকৰ ৰূপত ৰাহুল গান্ধী। পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৰাহুল গান্ধীয়ে ট্ৰেক্টৰ চলাই থকা এই ভিডিঅ’টো। ট্ৰেক্টৰৰ চালকৰ আসনত ৰাহুল গান্ধী, কাষত কেপ্টেইন অমৰিন্দৰ সিং। পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে ৰাহুল গান্ধীয়ে ট্ৰেক্টৰ চলোৱাটোৱে প্ৰমাণ কৰিছে যে তেওঁ সকলো চলাব পাৰে। এতিয়া নৰেন্দ্ৰ মোদীয়ে ৰাহুল গান্ধীক ষ্টিয়েৰিং এৰি দিয়াৰ সময়!

 

আৰু চাওক পৰৱৰ্তী বাতৰি