পঞ্জাৱ, পশ্চিমবংগ, কেৰালাৰ চৰকাৰে নামানে CAA, বলৱৎ হ'বলৈ নিদিয়ে নিজ নিজ ৰাজ্যত

News18 Assam | News18-Assam
Updated:December 13, 2019, 8:34 PM IST
পঞ্জাৱ, পশ্চিমবংগ, কেৰালাৰ চৰকাৰে নামানে CAA, বলৱৎ হ'বলৈ নিদিয়ে নিজ নিজ ৰাজ্যত
পঞ্জাৱ, পশ্চিতবংগ আৰু কেৰেলা চৰকাৰে দেখুৱাইছে অন্য এক নিদৰ্শন

পঞ্জাৱ, পশ্চিতবংগ আৰু কেৰেলা চৰকাৰে দেখুৱাইছে অন্য এক নিদৰ্শন

  • Share this:
ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্য চলি আছে। কিন্তু অসম চৰকাৰে কোনো গুৰুত্ব নিদি নাগৰিকত্ব সংশোধনী আইনক সম্পূৰ্ণ সমৰ্থন জনাইছে। কিন্তু তাৰ পৰিৱৰ্তে পঞ্জাৱ, পশ্চিতবংগ আৰু কেৰেলা চৰকাৰে দেখুৱাইছে অন্য এক নিদৰ্শন। যিহেতু নাগৰিকত্ব সংশোধনী আইনে নিজ নিজ ৰাজ্যত সাম্প্ৰদায়িক সংঘৰ্ষৰ সুত্ৰপাত ঘটোৱাৰ সম্ভাৱনা আছে, গতিকে তিনিওখন ৰাজ্যৰ চৰকাৰে কোনো কাৰণতে মানি নলয় নাগৰিকত্ব সংশোধনী বিধেয়ক। তিনিওগৰাকী মুখ্যমন্ত্ৰীয়ে কয় যে, আইন খন যিহেতু সম্পূৰ্ণ ৰূপে ভাৰতীয় সংবিধান বিৰোধী গতিকে তেওঁলোকে  নিজ নিজ ৰাজ্যত বলৱৎ হ’বলৈ নিদিয়ে এই আইন।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading