ভাৰতবৰ্ষত JIO ৰ সহযোগত উপলব্ধ হ’ব নতুন PUBG Lite

PUBG খেলা সকলক এক অনন্য PUBG LITE ৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে এই সহযোগিতা স্থাপন

news18assam
Updated:July 10, 2019, 4:50 PM IST
ভাৰতবৰ্ষত JIO ৰ সহযোগত উপলব্ধ হ’ব নতুন PUBG Lite
PUBG খেলা সকলক এক অনন্য PUBG LITE ৰ অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে এই সহযোগিতা স্থাপন
news18assam
Updated: July 10, 2019, 4:50 PM IST
Player Unknowns Battlegrounds (PUBG) বৰ্তমান সমগ্ৰ বিশ্বৰে এক অন্যতম জনপ্ৰিয় এনড্ৰইড গেম।ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ মাজতো এতিয়া অন্যতম জনপ্ৰিয় PUBG। শেহতীয়াকৈ PUBG এ ভাৰতবৰ্ষত PUBG LITE Version ৰ বাবে Beta service মুকলি কৰিব বিচাৰিছে। PUBG lite এক বিনামূলীয়া টু প্লে গেম য’ত কম মানদণ্ডৰ কম্পিউটাৰতো উন্নত গ্ৰাফিক্সৰ সহায়ত PUBG খেলাৰ সুবিধা পাব।

PUBG ৰ নতুন গেমিং version অধিক উন্নত আৰু আকৰ্ষণীয় কৰি তোলাৰ উদ্দেশ্যে এইবাৰ JIOৰ সৈতে সহযোগিতা কৰিব বিচাৰিছে  PUBG Lite–এ।ফলস্বৰূপে ভাৰতবৰ্ষত PUBG এ জিঅ’ৰ সৈতে সহযোগিতা স্থাপন কৰি PUBG গেম খেলা সকলক এই নতুন Digital Experience উপভোগ কৰাৰ সুবিধা দিব।

 
আৰু চাওক পৰৱৰ্তী বাতৰি