মুখ্যপৃষ্ঠা »খবৰ »দেশ »একাংশ নেতাৰ আপত্তিজনক–উত্তেজনাপূৰ্ণ শ্লোগানে দিল্লীত বিপদত পেলালে বিজেপিকঃ অমিত শ্বাহ

একাংশ নেতাৰ আপত্তিজনক–উত্তেজনাপূৰ্ণ শ্লোগানে দিল্লীত বিপদত পেলালে বিজেপিকঃ অমিত শ্বাহ

দিল্লী বিধানসভা নিৰ্বাচনত বিধস্ত হোৱাৰ পিছত প্ৰথমবাৰলৈ সাংবাদিকৰে মুখামুখি হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

  • Share this:
দিল্লী বিধানসভা নিৰ্বাচনত বিধস্ত হোৱাৰ পিছত প্ৰথমবাৰলৈ সাংবাদিকৰে মুখামুখি হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৃহস্পতিবাৰে এক অনুষ্ঠানত উপস্থিত থাকি অমিত শ্বাহে কয় যে, একাংশ দলীয় নেতা–কৰ্মীৰ উত্তেজনাপূৰ্ণ আৰু আপত্তিজনক কথা–বতৰা, দিল্লীত বিজেপি পৰাস্ত হোৱাৰ এক অন্যতম কাৰণ।

অমিত শ্বাহে কয় যে, ‘গুলী মাৰো’, ‘ভাৰত–পাকিস্তান মেচ’ আদি শ্ল’গানে বিপদত পেলালে বিজেপিক। দিল্লীৰ জনতাই এনে কিছু কথা বতৰাৰ কাৰণেই বিজেপিক আদৰি নল’লে।’

কিন্তু অমিত শ্বাহে লগতে কয় যে দিল্লীৰ নিৰ্বাচনত বিজেপি পৰাস্ত হোৱাৰ মানেই বিজেপি শেষ হৈ যোৱা বুজোৱা নাই। বিগত লোকসভা নিৰ্বাচনত আম আদমী পাৰ্টী বিজেপিৰ হাতত পৰাস্ত হৈছিল, তেতিয়া তেওঁলোক শেষ হৈ যোৱা নাছিল।

শেহতীয়া বাতৰি