২০১৯ত দেখা নাপায় নৰেন্দ্ৰ মোদী বনাম প্ৰিয়ংকা গান্ধীৰ যুঁজ

কংগ্ৰেছ নেতৃত্বই বাৰানসীত প্ৰাৰ্থিত্ব নিদিলে প্ৰিয়ংকা গান্ধীক। প্ৰিয়ংকাৰ পৰিৱৰ্তে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক দিলে বাৰানসীৰ টিকট

news18assam
Updated:April 25, 2019, 1:01 PM IST
২০১৯ত দেখা নাপায় নৰেন্দ্ৰ মোদী বনাম প্ৰিয়ংকা গান্ধীৰ যুঁজ
বাৰানসীত প্ৰতিদ্বন্দ্বিতা নকৰে প্ৰিয়ংকা গান্ধীয়ে
news18assam
Updated: April 25, 2019, 1:01 PM IST
Breaking: লোকসভা নিৰ্বাচন ২০১৯ত দেখা নাপায় নৰেন্দ্ৰ মোদী বনাম প্ৰিয়ংকা গান্ধীৰ যুঁজ। কংগ্ৰেছ নেতৃত্বই বাৰানসীত প্ৰাৰ্থিত্ব নিদিলে প্ৰিয়ংকা গান্ধীক। প্ৰিয়ংকাৰ পৰিৱৰ্তে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক দিলে বাৰানসীৰ টিকট। ২০১৪ত মোদীৰ বিৰুদ্ধে বৃহৎ ব্যৱধানত পৰাস্ত হৈছিল ৰায়। একপ্ৰকাৰ বাৰানসীত মোদীক ৱাকঅভাৰ কংগ্ৰেছৰ। বাৰানসীত প্ৰিয়ংকাক টিকট দিয়াৰ বাবে চলিছিল চৰ্চা। প্ৰিয়ংকাই নিজেও প্ৰকাশ কৰিছিল বাৰানসীত যুঁজ দিয়াৰ কথা। শেষ মুহূৰ্তত সিদ্ধান্ত সলনি কংগ্ৰেছ নেতৃত্বৰ।
আৰু চাওক পৰৱৰ্তী বাতৰি