আজব ভিডিঅ’ শ্বেয়াৰ কৰি নিকক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰিয়ংকাই!

News18 Assam | News18-Assam
Updated:September 16, 2020, 7:39 PM IST
আজব ভিডিঅ’ শ্বেয়াৰ কৰি নিকক জন্মদিনৰ শুভেচ্ছা জনালে প্ৰিয়ংকাই!
১৬ ছেপ্টেম্বৰত নিকৰ জন্মদিন। ছচিয়েল মিডিয়াত শুভেচ্ছাৰ বৰষুণ। নিকৰ জন্মদিনত ছচিয়েল মিডিয়াত এক ভিডিঅ’ আপলোড কৰি প্ৰিয়ংকাই জনালে শুভেচ্ছা।

১৬ ছেপ্টেম্বৰত নিকৰ জন্মদিন। ছচিয়েল মিডিয়াত শুভেচ্ছাৰ বৰষুণ। নিকৰ জন্মদিনত ছচিয়েল মিডিয়াত এক ভিডিঅ’ আপলোড কৰি প্ৰিয়ংকাই জনালে শুভেচ্ছা।

  • News18 Assam
  • Last Updated: September 16, 2020, 7:39 PM IST
  • Share this:
২৮ বছৰত ভৰি দিলে নিক জোনাছে। এই বিশেষ দিনটোকে আৰু অধিক বিশেষ কৰি তুলিলে প্ৰিয়ংকা চোপ্ৰাই। নিকৰ জন্মদিনত প্ৰিয়ংকাই শ্বেয়াৰ কৰিলে এক বিশেষ ভিডিঅ’।

নিক–প্ৰিয়ংকাৰ প্ৰেমক লৈ নতুনকৈ ক’বলগীয়া একো নাই। বিয়াৰ পিছতো প্ৰিয়ংকাই ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ইখনৰ পিছত সিখন ফটো। নিক–প্ৰিয়ংকাৰ ফটো মানেই ছচিয়েল মিডিয়াত ভাইৰেল।

১৬ ছেপ্টেম্বৰত নিকৰ জন্মদিন। ছচিয়েল মিডিয়াত শুভেচ্ছাৰ বৰষুণ। নিকৰ জন্মদিনত ছচিয়েল মিডিয়াত এক ভিডিঅ’ আপলোড কৰি প্ৰিয়ংকাই জনালে শুভেচ্ছা।










View this post on Instagram





So grateful you were born. Happy birthday my love. 😍❤️🎉 @nickjonas


A post shared by Priyanka Chopra Jonas (@priyankachopra) on






ভিডিঅ’ৰ কেপচনত লিখিলে – ‘তুমি জন্মিছা, মই ধন্য।’ প্ৰিয়ংকাই শ্বেয়াৰ কৰা এই ভিডিঅ’টোত দেখা গৈছে নিকৰ বিভিন্ন ৰূপ।
Published by: Sanjay Kumar Das
First published: September 16, 2020, 7:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading