• Home
  • »
  • News
  • »
  • nation
  • »
  • ৭৪ বছৰ পিছত ভাৰতৰ ভূমিত খোজ পেলালে চিতাই, নামিবিয়াৰ পৰা অনা হ’ল ৮টা চিতা

৭৪ বছৰ পিছত ভাৰতৰ ভূমিত খোজ পেলালে চিতাই, নামিবিয়াৰ পৰা অনা হ’ল ৮টা চিতা

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই ৮টাকৈ চিতা অনা হ’ল নামিবিয়াৰ পৰা।

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই ৮টাকৈ চিতা অনা হ’ল নামিবিয়াৰ পৰা।

প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই ৮টাকৈ চিতা অনা হ’ল নামিবিয়াৰ পৰা।

  • Share this:
কুনো ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হ’ল ৮টা চিতা। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে নামিবিয়াৰ পৰা অনা চিতাকেইটা। ভাৰতত নতুন জীৱন পাব চিতাকেইটাই। ভাৰতৰ জৈৱ বৈচিত্ৰত নতুন মাত্ৰা দিব চিতাকেইটাই। প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ দিনাই ৮টাকৈ চিতা অনা হ’ল নামিবিয়াৰ পৰা।

এই ৮টা চিটা মধ্য প্ৰদেশৰ কুনো–পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত নিৰ্মাণ কৰা কোৱাৰেণ্টাইন কক্ষত এৰি দিয়া হৈছে। ইয়াৰ লগে লগে ৭৪ বছৰৰ পিছত ভাৰতত শুনা গ’ল চিতাৰ শব্দ। বিশেষ বিমানেৰে এই চিতাকেইটা নামিবিয়াৰ পৰা গোৱালিয়ৰ বিমানবন্দৰলৈ অনা হৈছিল। তাৰ পৰা চিনুক হেলিকপ্টাৰেৰে কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হয়।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি