প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় কেৰেলাত, গুৰুবায়ুৰপ্পন মন্দিৰত পূজা-অৰ্চনা কৰে

গুৰুবায়ুৰপ্পন মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পদুম ফুলেৰে জোখা হয়। দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ এয়া প্ৰথম ভ্ৰমণ।

news18assam
Updated:June 8, 2019, 4:21 PM IST
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় কেৰেলাত, গুৰুবায়ুৰপ্পন মন্দিৰত পূজা-অৰ্চনা কৰে
গুৰুবায়ুৰপ্পন মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পদুম ফুলেৰে জোখা হয়। দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ এয়া প্ৰথম ভ্ৰমণ।
news18assam
Updated: June 8, 2019, 4:21 PM IST
মালদ্বীপত যোৱাৰ পূৰ্বে কেৰেলাৰ গুৰুবায়ুৰপ্পন(শ্ৰী কৃষ্ণ) মন্দিৰত উপস্থিত হয় পূজাৰ বাবে। গুৰুবায়ুৰপ্পন মন্দিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পদুম ফুলেৰে জোখা হয়। দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত নৰেন্দ্ৰ মোদীৰ এয়া প্ৰথম ভ্ৰমণ।



শনিবাৰে মালদ্বীপত নিশাটো কটাই দেওবাৰে শ্ৰীলংকাত উপস্থিত হ’ব। যাত্ৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে, দুয়োখন ঠাইৰ ভ্ৰমণে চুবুৰীয়া দেশক আগস্থান দিয়া নীতি প্ৰদৰ্শন কৰা হৈছে। তেওঁ ক’লে এই যাত্ৰাই দুয়োখন দেশৰ সৈতে ভাৰতৰ সম্বন্ধ মজবুত কৰি তুলিব।

 




দেওবাৰে কলম্বোত বিস্ফোৰণত নিহতসকলক শ্ৰদ্ধাঞ্জলি জনাব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব কেইবাখনো চুক্তি।
আৰু চাওক পৰৱৰ্তী বাতৰি