• Home
  • »
  • News
  • »
  • nation
  • »
  • ঔষধৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীলৈকে আকাশলংঘী মূল্যবৃদ্ধি! গেছৰ টেবলেটটোৰ পৰা খোৱাতেললৈকে কিমান বাঢ়িল দাম?

ঔষধৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰীলৈকে আকাশলংঘী মূল্যবৃদ্ধি! গেছৰ টেবলেটটোৰ পৰা খোৱাতেললৈকে কিমান বাঢ়িল দাম?

বিৰোধীৰ অভিযোগ- ইছ্যু ডাইভাৰ্ট কৰাত এক্সপাৰ্ট বিজেপি চৰকাৰ।

বিৰোধীৰ অভিযোগ- ইছ্যু ডাইভাৰ্ট কৰাত এক্সপাৰ্ট বিজেপি চৰকাৰ।

বিৰোধীৰ অভিযোগ- ইছ্যু ডাইভাৰ্ট কৰাত এক্সপাৰ্ট বিজেপি চৰকাৰ।

  • Share this:
মূল্যবৃদ্ধিৰ জুইয়ে কোঙা কৰিছে সৰ্বসাধাৰণক। সৰ্বস্তৰতে হৈছে ব্যাপক মূল্যবৃদ্ধি। কিন্তু আশ্বৰ্যজনক কথাটো হ'ল যে, মূল্যবৃদ্ধিৰ প্ৰসংগ ওলালেই দায়সৰা মন্তব্য দিয়ে শাসকীয় পক্ষৰ মন্ত্ৰী-বিধায়কে। বিৰোধীৰ অভিযোগ- ইছ্যু ডাইভাৰ্ট কৰাত এক্সপাৰ্ট বিজেপি চৰকাৰ।

কোন সমাগ্ৰীত কিমান বাঢ়িল দাম-

  • ৮০ শতাংশ ঔষধৰ দাম বাঢ়িল ১৮ শতাংশ পৰ্যন্ত।

  • ডায়েবেটিছ ৰোগীৰ ঔষধ গ্লাইকমেট-৫০০ৰ দামত ৩০ টকা বদ্ধি।

  • গেছৰ টেবলেটৰ দাম ১০ টকা বৃদ্ধি।

  • প্ৰতিলিটাৰ মিঠাতেলৰ দাম(ইঞ্জিন)ত ১৯ টকা বৃদ্ধি।

  • প্ৰতিলিটাৰ ছানফ্লাৱাৰ তেলৰ দাম ১০ টকা বৃদ্ধি।

  • প্ৰতিলিটাৰ ৰুচী গল্ড তেলৰ দাম ৮০ টকা বৃদ্ধি।

  • ডেটল চাবোনৰ দাম ৮ টকা বৃদ্ধি।

  • থিনাৰ বিস্কুটৰ দামত ৫ টকা বৃদ্ধি।


কেৱল এয়াই নহয় শাক-পাচলিৰ বজাৰতো অভাৱনীয় মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।বজাৰত প্ৰতি কেজি জিকাৰ মূল্য ৬০ৰ পৰা ৮০ টকা। সেইদৰে  তিতা কেৰেলাৰ মূল্য প্ৰতি কেজিত ১২০-১৫০ টকা। ভেন্দিৰ মূল্য ১০০ৰ পৰা ১২০ টকা।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি