• Home
  • »
  • News
  • »
  • nation
  • »
  • Ram Nath Kovind: হঠাৎ শাৰীৰিক ভাবে অসুস্থ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, আৰ্মী হাস্পতালত ভৰ্তি

Ram Nath Kovind: হঠাৎ শাৰীৰিক ভাবে অসুস্থ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, আৰ্মী হাস্পতালত ভৰ্তি

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক আৰ্মী হাস্পতালত বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱাই থকা হৈছে।

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক আৰ্মী হাস্পতালত বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱাই থকা হৈছে।

ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দক আৰ্মী হাস্পতালত বৰ্তমান স্বাস্থ্য পৰীক্ষা কৰোৱাই থকা হৈছে।

  • Share this:
দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ(President Ram Nath Kovind ) শুকুৰবাৰে হঠাৎ অসুস্থ হৈ পৰে। বুকুৰ বিষ অনুভৱ কৰাৰ বাবে ৰাষ্ট্ৰপতিগৰাকীক ততাতৈয়াকৈ আৰ্মী হাস্পতালত ভৰ্তি কৰোৱা হয়।

হাস্পতালৰ কৰ্তৃপক্ষই জনোৱা মতে, বৰ্তমান ৰাষ্ট্ৰপতিগৰাকীৰ স্বাস্থ্য সুস্থিৰ। ইতিমধ্যে নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে ৰামনাথ কোবিন্দক।
Published by:Himangshu Bhuyan
First published: