• Home
  • »
  • News
  • »
  • nation
  • »
  • পোষ্ট অফিচত একাউণ্ট আছে নেকি? আজিৰ পৰা নতুন নিয়ম বলৱত্‍, নূন্যতম বেলেন্স নাথাকিলে ভৰিব জৰিমনা

পোষ্ট অফিচত একাউণ্ট আছে নেকি? আজিৰ পৰা নতুন নিয়ম বলৱত্‍, নূন্যতম বেলেন্স নাথাকিলে ভৰিব জৰিমনা

গ্ৰাহকে পোষ্ট অফিচৰ চেভিংচ একাউণ্টত ১১ ডিচেম্বৰৰ পৰা নূন্যতম ৫০০ টকা মিনিমাম বেলেন্স ৰখাতো বাধ্যতামূলক হ’ব।

  • Share this:
পোষ্ট অফিচত আপোনাৰ চেভিংচ একাউণ্ট আছে নেকি? যদি আছে, তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী। ভাৰতীয় ডাক সেৱাই নিজৰ গ্ৰাহকৰ বাবে আজিৰ পৰা প্ৰৱৰ্তন কৰিছে বহুকেইটা নতুন নিয়ম। আজিৰে পৰা গ্ৰাহকে চেভিংচ একাউণ্টত নূন্যতম ৫০০ টকা বেলেন্স ৰখাতো বাধ্যতামূলক। অন্যথা ভৰিব লাগিব জৰিমনা। নূন্যতম বেলেন্স নাৰাখিলে ভৰিব লাগিব ১০০ টকাৰ মেইনটেইনেন্স চাৰ্জ। সেইদৰে বেলেন্স শূন্য থকা একাউণ্ট বন্ধ কৰি দিয়াৰো আছে সম্ভাৱনা।

ডাকঘৰত চিংগল বা জইণ্ট চেভিংচ একাউণ্ট খোলাৰ ব্যৱস্থা আছে। একাউণ্ট খোলাৰ সময়ত নমিনিৰ নাম দিয়াতো বাধ্যতামূলক। বৰ্তমান পোষ্ট অফিচৰ চেভিংচ একাউণ্টৰ পৰা ৪ শতাংশ সুত লাভ কৰে।
Published by:Himangshu Bhuyan
First published: