‘আমি 'শংকৰ-মাধৱ'ৰ দেশৰ জনতা,নকৰিবি আমাক ভগনীয়া‘-জনসংখ্যা বিস্ফোৰণ আৰু নিয়ন্ত্ৰণৰ বিশেষ সজাগতা

News18 Assam | News18-Assam
Updated:October 9, 2020, 6:37 PM IST
‘আমি 'শংকৰ-মাধৱ'ৰ দেশৰ জনতা,নকৰিবি আমাক ভগনীয়া‘-জনসংখ্যা বিস্ফোৰণ আৰু নিয়ন্ত্ৰণৰ বিশেষ সজাগতা
Source-Google

দেশৰ বাবে ভয়ংকৰ হৈ উঠিছে জনসংখ্যা বিস্ফোৰণৰ সমস্যা। বিকল্প মাথো এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ।

  • Share this:
দেশৰ বাবে ভয়ংকৰ হৈ উঠিছে জনসংখ্যা বিস্ফোৰণৰ সমস্যা। বিকল্প মাথো এক কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ। ইয়াৰ বাবে জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ দ্বাৰা সমগ্ৰ দেশতে চলোৱা হৈছে সজাগতা অভিযান। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জিলাকেন্দ্ৰসমূহৰ পৰা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে।

দেশৰ জনসংখ্যা বিস্ফোৰণ আৰু নিয়ন্ত্ৰণ সম্পৰ্কে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় অধিকাৰী ইন্দ্ৰেশ কুমাৰে ১ অক্টোবৰ, দেওবাৰে পুৱা ১১.৩০ বজাত জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অনিল চৌধুৰী দেৱৰ ফেচবুক ‘www.facebook.com/anilchaudhary.jsf’ পেজৰ পৰা লাইভ থাকি দেশবাসীক মাৰ্গদৰ্শন কৰিব। অসমবাসীক ১১ অক্টোবৰত এই লাইভ অনুষ্ঠানৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি অংশগ্ৰহণ কৰিবলৈ এতিয়া আহ্বান জনাইছে সংগঠনটোৱে।
Published by: Himangshu Bhuyan
First published: October 9, 2020, 6:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading