ত্ৰিপুৰাত বিজেপি–চিপিএম কৰ্মীৰ মাজত সংঘাত, জ্বলাই দিলে বহুকেইখন বাহন

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

News18-Assam
Updated:July 7, 2019, 2:55 PM IST
ত্ৰিপুৰাত বিজেপি–চিপিএম কৰ্মীৰ মাজত সংঘাত, জ্বলাই দিলে বহুকেইখন বাহন
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
News18-Assam
Updated: July 7, 2019, 2:55 PM IST
ত্ৰিপুৰাৰ ধৰ্মনগৰত উত্তপ্ত পৰিস্থিতি। বিজেপি আৰু চিপিএম কৰ্মীৰ মাজত প্ৰচণ্ড সংঘাত। দুয়োদলৰ সমৰ্থকে জ্বলাই দিলে কেইবাখনো দুচকীয়া, চাৰিচকীয়া বাহন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। দুয়ো দলৰ সমৰ্থকৰ মাজত কি কাৰণত সংঘাতৰ সূত্ৰপাত হ’ল সেয়া এইপৰ্যন্ত জানিব পৰা হোৱা নাই।

আৰু চাওক পৰৱৰ্তী বাতৰি