সবাটোতকৈ ডাঙৰ চালানত ডাঙৰ ভুল,‘ভগৱান ৰামৰ নামত বৃহৎ জৰিমনাৰ ৰছিদ’

News18-Assam
Updated:September 11, 2019, 10:42 PM IST
সবাটোতকৈ ডাঙৰ চালানত ডাঙৰ ভুল,‘ভগৱান ৰামৰ নামত বৃহৎ জৰিমনাৰ ৰছিদ’
লোকজনৰ প্ৰকৃত নাম হৈছে হৰমন ৰাম। হৰমন ৰামে দিল্লীৰ এখন ন্যায়ালয়ত ১,৪১,৭০০ টকাৰ চলান জমা দিছে

লোকজনৰ প্ৰকৃত নাম হৈছে হৰমন ৰাম। হৰমন ৰামে দিল্লীৰ এখন ন্যায়ালয়ত ১,৪১,৭০০ টকাৰ চলান জমা দিছে

  • News18 Assam
  • Last Updated: September 11, 2019, 10:42 PM IST
  • Share this:
নতুন ট্ৰেফিক আইন বলৱৎ হোৱাৰ পিছত আৰক্ষীয়ে কৰা এটা ভুল এতিয়া চৰ্চালৈ আহিছে। হেলমেট পৰিধান নকৰাৰ পৰা ট্ৰাকে ট্ৰেফিক আইন অমান্য কৰা লৈকে এতিয়া বিভিন্ন  ভুলৰ কাৰণে পৰিশোধ কৰিবলগীয়া হৈছে বৃহৎ পৰিমাণৰ জৰিমনা। কিন্তু আটাইতকৈ ডাঙৰ ৰছিদটোতে আৰক্ষীয়ে কৰি দিলে ভুল! ভগৱান ৰামৰ নামত আৰক্ষীয়ে লিখিলে জৰিমনাৰ ৰছিদ!



এতিয়ালৈকে হোৱা সবাটোতকৈ ডাঙৰ চালান খনত আৰক্ষীয়ে লিখি দিলে ভগৱানৰ নাম! এখন ট্ৰাকে ট্ৰেফিক আইন উলংঘন কৰাৰ ফলত প্ৰায় ১ লাখ ৪১ হাজাৰ সাতশ টকাৰ জৰিমণা বিহা হৈছিল। কিন্তু ট্ৰাকখনৰ গৰাকী হৰমন ৰামৰ নাম আৰক্ষীয়ে ভুলকৈ লিখিলে ভগৱান ৰাম! ঘটনাটোৱে এতিয়া ছচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।
আৰু চাওক
পৰৱৰ্তী বাতৰি