PM Modi New Record: প্ৰধানমন্ত্ৰীৰ নতুন অভিলেখ, YouTube চেনেলত ছাবষ্ক্ৰাইবাৰৰ সংখ্যাই অতিক্ৰম কৰিলে ১ কোটি, বাইডেন আনকি ওচৰতো নাই ...

প্ৰধানমন্ত্ৰী মোডী নিজেই ফেচবুক, টুইটাৰকে ধৰি বহুতো Social Media প্লেটফৰ্মত সক্ৰিয় হৈ আছে। ইফালে, PM মোডীয়ে ছ'চিয়েল মিডিয়াৰ জগতত এক নতুন যুগৰ প্ৰতিষ্ঠা কৰিছে। এইবাৰ তেওঁ YouTube চেনেলত এটা নতুন অভিলেখ সৃষ্টি কৰিছে।