உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • G20 Summit: প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে– 'বিশ্বায়ন মানৱতাৰ ওপৰত হওক'

    G20 Summit: প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে– 'বিশ্বায়ন মানৱতাৰ ওপৰত হওক'

    ‘শক্তিশালী কৰিব লাগিব বিশ্ব স্বাস্থ্য সংস্থাক’–ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে জি২০ চামিট।

    • Share this:
    বৰ্তমান সংগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃ্ষ্টি কৰিছে ক’ৰোণা ভাইৰাছে। বিশ্বৰ এই স্পৰ্শকাতৰ পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে আয়োজন কৰা হয় জি–২০ সন্মিলন। বিশ্বৰ আগশাৰীৰ দেশ সমূহৰ শাসনকৰ্তা সকলে বিভিন্ন বিষয়ত আলোচনা কৰে এই সন্মিলনত। আলোচনাত বিশেষ ভাবে স্থান পাই শেহতীয়া পৰিস্থিতিয়ে। ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰোণা মহামৰীৰ সন্দৰ্ভত বিশ্বৰ নেতাসকলৰ সৈতে আলোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে বিশ্বায়ন আৰ্থিক বা বিত্তীয় ক্ষেত্ৰৰ পৰিৱৰ্তে মানৱতাৰ ওপৰত হ’ব লাগে বুলি মন্তব্য কৰে।

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে বিশ্ব স্বাস্থ্য সংস্থাক শক্তিশালী কৰাৰ বিষয়টোতো বিশেষ মন্তব্য কৰে।
    Published by:Himangshu Bhuyan
    First published: