মুখ্যপৃষ্ঠা »খবৰ »দেশ »প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান, ১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান, ১০০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

০০ বছৰ বয়সত দেহাৱসান ঘটে হীৰাবেন মোদীৰ। আহমেদাবাদৰ ইউ এন মেহতা হাস্পতালত শুকুৰবাৰে পুৱাৰ অন্তিম নিশ্বাস ত্যাগ কৰে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃয়ে।

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ দেহাৱসান। দুদিন ধৰি হাস্পতালত চিকিৎসাধীন হৈ থকাৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে হীৰাবেন মোদীয়ে। বুধবাৰে হীৰাবেন মোদীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১০০ বছৰ বয়সত দেহাৱসান ঘটে হীৰাবেন মোদীৰ। আহমেদাবাদৰ ইউ এন মেহতা হাস্পতালত শুকুৰবাৰে পুৱাৰ অন্তিম নিশ্বাস ত্যাগ কৰে প্ৰধানমন্ত্ৰী মোদীৰ মাতৃয়ে। ইতিমধ্যে আহমেদাবাদলৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰী মোদী।

শেহতীয়া বাতৰি